newsnextone.com। গুৱাহাটীঃ  হিমা দাস নাৰীৰ বাবে এক ডাঙৰ শক্তি। হিমাৰ এই জয়ে ৰাজ্যৰ লগতে দেশবাসীক গৌৰৱাম্বিত কৰিছে। ধিং এক্সপেছৰ এই জয়ৰ ধাৰাবাহিকতা অটুট থাকক। এনেদৰে শুভেচ্ছা জনালে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই।