লংকাঃ হোজাই জিলাৰ লংকাত পথ দুৰ্ঘটনা সংঘটিত হৈ তিনিজন লোক গুৰুতৰ ভাবে আহত হয়৷ লংকাৰ মাৰ্কেটিংৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথত এই দুৰ্ঘটনা সংঘটিত হয়৷

এখন ৱেগনাৰ আৰু বাইকৰ মাজক মুখামুখী সংঘৰ্ষ লগাৰ ফলত তিনিজন লোক গুৰুত্বভাৱে আহত হয়৷ আহত লোক কেইজনক লংকা প্ৰাথমিক চিকিত্সালয়লৈ ভৰ্তি কৰে ৰাইজে৷ দুৰ্ঘটনা সংঘটিত কৰি ৱেগনাৰৰ চালকে পলায়ন কৰে৷ ৱেগনাৰ খনৰ নম্বৰ AS-01-Q-1511 আৰু বাইক খনৰ নম্বৰ AS-02-T-5979