চামগুৰিঃ  > চামগুৰিৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ চৌহদত মঙলবাৰে নিশা বিধ্বংশী অগ্নিকাণ্ড।

> অগ্নিকাণ্ডত জাহ গ’ল পশু চিকিৎসালয় খনৰ চৌহদত পৰিত্যক্ত অৱস্থাত থকা এটা আবাসিক গৃহ।
> কথমপি প্ৰান ৰক্ষা এজন সন্ন্যাসীৰ, দীৰ্ঘদিন ধৰি সন্যাসী জনে বাস কৰিছিল পৰিত্যক্ত গৃহটিত।
> স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিয়ন্ত্ৰণ।
> ৰান্ধনীশালৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ বুলি সন্দেহ কৰে ৰাইজে।