newsnextone.com । তেজপুৰঃ  প্ৰাক্তন ক্ৰিকেটাৰ নবজোৎ সিং সিদ্ধুৰ পুত্তলিকা দাহ কৰে তেজপুৰ বিজেপি যুৱ মৰ্চাই৷ সিদ্ধু শেহতীয়াকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ কাৰ্যসূচীত উপস্থিত থাকি পাকিস্তানৰ সেনা প্ৰধানক কৰমৰ্দন কৰা আৰু পি.অ.কে-ৰ সভাপতি মাচুদ খানৰ লগত সমানে আসন গ্ৰহণ কৰি দেশজুৰি সমালোচিত হোৱাৰ পাচতে তেজপুৰ যুৱ মৰ্চাই এই পদক্ষেপ লয়৷ লগতে সাংসদ গৰাকীক জিলা সভাপতি নৱ শৰ্মাই ভৰতৰ সেনা জোৱানৰ প্ৰতি কৰা অপমানক কঠোৰ ভাষাৰে গৰিহণা দিয়ে ।  ৷