newsnextone.com | ডিজিটেল ডেস্কঃ এগৰাকী মহিলা খেলুৱৈক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে হিমা দাসৰ প্ৰশিক্ষক নিপন দাসৰ বিৰুদ্ধে৷ 

এএনআয়ে প্ৰকাশ কৰা খবৰ মতে নিপন দাসৰ বিৰুদ্ধে দেশৰ এগৰাকী মহিলা দৌৰবিদে যৌন নিৰ্যান চলোৱাৰ অভিযোগ উত্থাপন কৰে৷ কিন্তু এই অভিযোগ নাকচ কৰে নিপন দাসে৷ 

তেওঁ কয় যে মই প্ৰশিক্ষক হিচাপে কাম কৰিছোঁ মই তেনেকুৱা একো কাম কৰা নায়৷