*ৰূপহীহাটৰ পশ্চিম শিঙিমাৰিত পুৱতিনিশা ভয়ংকৰ অগ্নিকাণ্ড।

*অগ্নিকাণ্ডৰ ফলত জাহ গ'ল আবুল বাছাৰ নামৰ লোকজনৰ তিনিটাকৈ বাসগৃহ।

*শ্বৰ্ট-চাৰ্কিতৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৰাইজৰ।

*কেইবালক্ষাধিক টকাৰ সা-সম্পত্তিৰ লগতে বহুতো যাবতীয় নথি-পত্ৰ জুইত ভষ্মীভূত।