Home বিশ্ববিফল মানুহৰ পাঠশালা, ফেইল কৰা মানুহে পঢ়ে যত

বিফল মানুহৰ পাঠশালা, ফেইল কৰা মানুহে পঢ়ে যত

by News Desk
A+A-
Reset
smith

ডিজিটেল ডেস্কঃ প্ৰতিযোগিতাৰ দৌৰত সকলোৱে সফল হ’ব বিচাৰে৷ শিক্ষা, সম্পৰ্ক, জীৱন সকলোতে মানুহে বিচাৰে চাকচেছ আৰু চাকচেছ৷ বিদ্যালয়, মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে বাহিৰত আঁৰি থোৱা হয় কাট অৱ মাৰ্কৰ তালিকা৷ ভাল কলেজ এখনত পঢ়ি জীৱনটো সফল কৰাৰ মানসত সকলোৱা সেই কাট মাৰ্কৰ নম্বৰ ঢুকি পোৱাৰ যত্ন কৰে৷ কিন্তু সকলোৱে জানো সফল হ’ব পাৰে৷ এই পৃথিৱী অসফলৰ বাবে নহয় বুলি কোনোবাই কৈ যোৱা এষাৰ কথাত থমকি ৰয় বহু বিফল মনৰ কাহিনী৷

প্ৰতিযোগিতাৰ পৃথিৱীত বিশ্বৰ প্ৰত্যেকখন কলেজ ইউনিভাৰ্চিটিয়ে অমুক নম্বৰ পাব লাগিব, তমুক নম্বৰ পালে এডমিচন লব পাৰিব আদি কাট অৱ মাৰ্ক দিয়াৰ সময়তে আমেৰিকাৰ এখন কলেজৰ কথা পোহৰলৈ আহিছে৷ য’ত কেৱল বিফল লোকসকলক হে শিক্ষাদান কৰা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0