7
ডিজিটেল ডেস্কঃ শক্তিশালী বোমা বিস্ফোৰণে কপালে জাৰ্মানী৷ এটি ফুটবল দলৰ ওপৰত সংঘটিত হোৱা এনে আক্ৰমণে আতংকিত কৰি তুলিছে সমগ্ৰ দেশখনক৷
স্থানীয় সময় অনুসৰি মঙলবাৰে নিশা প্ৰায় ৮বজাত ব’ৰ’ছিয়া ডুৰ্য়াতমুণ্ড ফুটবল দলৰ ওপৰত ৩টাকে বোমাৰে চলে এই ভয়াৱহ আক্ৰমণ৷ দলটোৱে বাছেৰে ষ্টেডিয়ামৰ দিশে ৰাওনা হোৱাৰ সময়তেই এই ঘটনা সংঘটিত হয়৷