Home ৰাজনীতিক’ত, কিয় বিখ্যাত NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কোবিন্দ

ক’ত, কিয় বিখ্যাত NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কোবিন্দ

by News Desk
A+A-
Reset
kovind-story_647_061917021112

ডিজিটেল ডেস্কঃ দেশৰ সৰ্ব্বোচ্চ সাংবিধানিক পদটোৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়োৱা ব্যক্তিজনৰ বিষয়ে জানিবলৈ কৌতুহল সকলোৰে হোৱাটো স্বাভাৱিক। কিয়নো এইবাৰ উক্ত পদৰ বাবে এনে এগৰাকী নেতাৰ নাম ঘোষণা কৰা হৈছে যিগৰাকী নেতা অনাহক বিতৰ্ক বাদেই কাকত-চেনেল, আনকি ছ’চিয়েল মিডিয়াতো চৰ্চালৈ অহা নাছিল। চৰ্চাহীন এই নেতাজনেই হৈছে সম্প্ৰতি বিহাৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰাম নাথ কোবিন্দ।

ৰজনীকান্তৰ পৰা আৰম্ভ কৰি আদৱানিলৈকে চলা সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিয়ে আজি ৰাষ্ট্ৰপতি পদৰ বাবে ঘোষণা কৰে এইগৰাকী প্ৰাৰ্থীৰ নাম। প্ৰায় দুঘণ্টা ধৰি দলৰ শীৰ্ষ নেতাসকলৰ সৈতে চলা বৈঠকৰ অন্তত ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ঘোষণা কৰে কোবিন্দৰ নাম।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0