পিতা

চকুৰ পতাত যি জনে কঢ়িয়াই ফুৰে
এখন সেউজীয়া আকাশ
নক্ষত্ৰৰ চেকা লগা চুৰিয়াত যিয়ে বান্ধি ৰাখিছিল এচিকুট হাঁহি
সেইজন মোৰ পিতাই, আমাৰ পিতাই ৷

আই চেকনি চিঙিলে পিঠিত
ঠেহ পাতি ৰৈ থাকিছিলো ৰহ!  কৈ দিম পিতাইক ৷
দূৰৈত ৰিণি ৰিণি চাইকেলৰ টিলিঙা এটি বাজে
দহ ঘৰ বাট আগুৱাই গৈ লফিয়াই উঠো চাইকেলত
আৰম্ভ কৰো নাৰদৰ খেল
পিতাই হাঁহে ৷

মোৰ পিতাই চুই চাব পৰা ভগৱান
ৰাতি গণি থাকে যি তৰা 
শাওঁণৰ পথাৰৰ ৰখীয়া 
আঘোণৰ পথাৰৰ চফল ডেকা 
সেইজন মোৰ পিতাই , আমাৰ পিতাই ৷

  • দায়িত্ব লৈয়ে নিশাই গোলাঘাট ক'ভিড চিকিৎসালয় পৰিদৰ্শন
  • দৈনিক ৪ হাজাৰ লোকৰ পৰীক্ষাৰ বাবে লক্ষ্য লোৱাৰ নিৰ্দেশ
  • চাহ বাগিচা অঞ্চলত জনসংখ্যাৰ ভিত্তিত হ'ব পৰীক্ষা

গোলাঘাটঃ  ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মানৱেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়াই যোৱা নিশা গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে । কাৰ্যভাৰ গ্ৰহণৰ পাছতে তেওঁ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে জিলাখনৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে। 

  • দায়িত্ব লৈয়ে নিশাই গোলাঘাট ক'ভিড চিকিৎসালয় পৰিদৰ্শন
  • দৈনিক ৪ হাজাৰ লোকৰ পৰীক্ষাৰ বাবে লক্ষ্য লোৱাৰ নিৰ্দেশ
  • চাহ বাগিচা অঞ্চলত জনসংখ্যাৰ ভিত্তিত হ'ব পৰীক্ষা

গোলাঘাটঃ  ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মানৱেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়াই যোৱা নিশা গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে । কাৰ্যভাৰ গ্ৰহণৰ পাছতে তেওঁ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে জিলাখনৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে। 

গোলাঘাটঃ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মানৱেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়াই আজি গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে । অসম অসামৰিক সেৱাৰ বিষয়া তথা জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ পৰা শ্ৰী সিঙে দায়িত্বভাৰ গ্ৰহণ কৰে । 

কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে তেওঁ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে জিলাখনৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে । 

গুৱাহাটীঃ  গছ-গছনি,বননি ৰক্ষা আৰু পৰিৱেশ আন্দোলন নামে বিখ্যাত চিপকো আন্দোলনৰ প্ৰখ্যাত অগ্ৰগামী নেতা পৰিৱেশবিদ সুন্দৰলাল বহুগুণাই ক'ভিড-১৯ত আক্রান্ত হৈ  ৯৪ বছৰ বয়সত শেষ নিঃশ্বাস ত্যাগ কৰে। ৯ মে' ত ক'ভিড-১৯ত আক্রান্ত হোৱা পৰিৱেশবিদ গৰাকীক হৃষীকেশৰ এইমছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশেষত চিকিৎসালয়ত অক্সিজেনৰ স্তৰ হ্ৰাস পোৱাত প্ৰখ্যাত নেতা গৰাকীৰ মৃত্যু হয়। 

খুমটাইঃ এটা ভাল খবৰ । বাৰিষাৰ পূৰ্বেই খুমটাই সমষ্টিৰ গড়মৰাবাসীয়ে লাভ কৰিব বহু প্ৰত্যাশিত পকী দলং খন । খুমটাই সমষ্টিৰ বানে জুৰুলা কৰা গড়মৰা কৃষিবান্ধৰ মুল পথত  নিৰ্মান কৰা পকীদলংৰ কাম পৰিদৰ্শন কৰি অহা পোন্ধৰ দিনৰ ভিতৰত দলং মুকলি কৰিবলৈ ঠিকাদাৰক নিৰ্দেশ বিধায়ক মৃনাল শইকীয়াৰ ।  

গুৱাহাটীঃ  আজিৰে পৰা অসম বিধান সভাৰ পঞ্চদশ অধিবেশন আৰম্ভ হয় ৷ অধিবেশৰ আৰম্ভণিতে বিধান সভাৰ প্ৰটেম অধ্যক্ষ ফণী ভূষণ চৌধুৰীয়ে নৱ-নিৰ্বাচিত বিধায়ক সকলক শপত বাক্য পাঠ কৰোৱায় ৷ আজিৰ বিধান সভাৰ মজিয়াত বহুকেইখন নতুন মুখ দেখা পোৱা যায় ৷ 

খাৰুপেটীয়াঃ কৃষকৰ দূৰাৱস্থা। মুৰৰ ঘাম মাটিত পেলাই দৰং জিলাৰ খাৰুপেটীয়া, বেচিমাৰি,দলগাওঁ বৃহত্তৰ অঞ্চলত শাক-পাঁচলি আদিৰ খেতি কৰে আৰু অসমৰ বিভিন্ন ঠাইলৈ যোগান ধৰে। 

representative image

Representative image

গোলাঘাটৰ নিজা প্ৰতিবেদক:   ৰাজ্য খনত বৰ্দ্ধিত ক'ভিড ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এলানি নতুন নিয়মাৱলী প্ৰযোজ্য কৰিছে ৷ এই নতুন নিয়মাৱলীত কিছু নিয়ম পূৰ্বৰ দৰে বাহাল থাকিব যদিও এইবেলি আন্তঃজিলা যাতায়তত বাধা আৰোপ কৰা হৈছে ৷ অৰ্থাৎ এখন জিলাৰ মানুহ আন এখন জিলালৈ যাব নোৱাৰিব ৷ কিন্তু ৰোগীৰ ক্ষেত্ৰত এই নিয়ম শিথিল যদিও সঠিক আৰু শুদ্ধ কাগজ দেখুৱাব লাগিব ৷ 

Pages