গোলাঘাট, ১৩ জুলাই : গোলাঘাট জিলাত চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে ব্যাপক অভিযান অব্যাহত ৰাখিছে । জিলাখনত ক'ভিডত আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চুলাই মদ আৰু সুৰা বিক্ৰী কৰা ঠাইসমূহ যাতে ক'ভিড সংক্ৰমণৰ স্থলীলৈ পৰিণত নহয়, তাৰ বাবে ব্যাপক অভিযান চলাবলৈ মুখ্যমন্ত্ৰীৰ লগতে অভিভাৱক মন্ত্ৰীৰ হৈ জিলাখনলৈ অহা উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্ৰী শ্ৰীযুত চন্দ্রমোহন পাটোৱাৰীয়ে নিৰ্দেশ দিছিল ।

গুৱাহাটী - কালি অনুষ্ঠিত অসম বিধান সভাৰ প্ৰথম দিনটোত ৰাজ্যখনৰ জলন্ত সমস্যা মূল্যবৃদ্ধি সন্দৰ্ভত আলোচনাৰ বাবে বিৰোধীয়ে আগবঢ়োৱা সদন স্থগিতৰ প্ৰস্তাৱ চৰকাৰে মিথ্যাচাৰেৰে আৰু অধ্যক্ষই পক্ষপাতিত্বৰে নাকচ কৰা কাৰ্যৰ তীব্ৰ গৰিহণা দিয়ে নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনে। উল্লেখযোগ্য যে কালি বিৰোধী পক্ষ কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু বাঁওপন্থী বিধায়ক মনোৰঞ্জন তালুকদাৰে পৃথকে পৃথকে আগবঢ়োৱা তিনিখন জাননী যোগে সদন স্থগিত ৰাখি ৰাজ্যখনৰ অত্যন্ত স্পৰ্শকাতৰ, গুৰুত্বপূৰ্ণ বিষয় ক'ভিড সৃষ্ট আৰু অৰ্থনৈতিক পৰিস্থিতিয়ে ৰাজ্যখনৰ জনসাধাৰণক বিধ্বস্ত কৰা সময়তে হোৱা পেট্ৰলজাত আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি বিষয়

গোলাঘাট : গোলাঘাট জিলাত যোৱা কালি ক'ভিড19ৰ ৩৪,১০০ পালি প্ৰতিষেধক প্ৰদান কৰা হয় । এটা দিনত এই অভিলেখ পৰিমাণৰ প্ৰতিষেধক প্ৰদান কৰা গোলাঘাট জিলা ৰাজ্যৰ ভিতৰতে প্ৰথম হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বে কামৰূপ মহানগৰ জিলাত একেদিনাই ২৭,৮০০ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছিল ।

NEWS NEXT ONE , ঃ কভিড পৰিস্থিতিক লৈ বিশ্বনাথ জিলা প্ৰশাসনে কঠোৰ হৈ পৰিছে ৷ অাজি মঙ্গলবাৰৰ পৰা বিশ্বনাথ চাৰিআলি , গহপুৰ , আৰু চতিয়াৰ নগৰ এলেকাত গেলামালৰ দোকান , ফলমূল আৰু পাছলিৰ দোকান সম্পূৰ্ণ ৰূপে বন্ধ থাকিব ৷

প্ৰয়োজন সাপেক্ষে অসামৰিক খাদ্য যোগান বিভাগৰ পঞ্জীয়নপ্ৰাপ্ত ভেণ্ডৰ সকলে দিনৰ ১২ বজা পৰ্যন্ত প্ৰয়োজনীয় গেলামালৰ সামগ্ৰী হোম ডেলিভাৰী দিব পাৰিব ৷ বেঙ্ক পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈকে খোলা থাকিব ৷

গোলাঘাট, ১২ জুলাই : গোলাঘাটৰ কেইজনমান উদ্যমী আৰু অভিজ্ঞ শিক্ষকৰ দ্বাৰা গঠিত ফাৰ্ষ্ট ফাইভ এণ্ড লজিকেল মাইণ্ড নামৰ সংস্থাটোৰ উদ্যোগত অহা ১৪ জুলাইত অভিনয়, মডেলিং আৰু চলচ্চিত্ৰ নিৰ্মাণ বিষয়কেইটাক কিদৰে কেৰিয়াৰ হিচাপে নিৰ্বাচন কৰিব পাৰি সেই বিষয়ে আগ্ৰহী ছাত্ৰ ছাত্ৰী সকলক কিছু আভাস প্ৰদান কৰাৰ উদ্দেশ্যে এখন ৱেবিনাৰ আয়োজন কৰা হৈছে।

দেৰগাৱঁ=- গ্ৰীষ্মৰ অন্তৰ লগে লগে প্ৰকৃতিৰ বুকুলৈ পৰিবৰ্ত্তনৰ ঢৌৱে সকলোতে মৌচুমী জলবায়ুৰ সঞ্চাৰ কৰে ৷ চাৰিও ফালে সেউজীয়া পৰিবেশে বিৰাজ কৰে ৷ মৌচুমী জলবায়ুৰ লগে লগেই বাৰিষাৰ বৰষুণে খৰাং ধৰাত উৰ্বৰতাৰ বীজ সিঁচি দিয়ে ৷ লগে লগে অসমৰ বিভিন নৈ-উপনৈ সমূহতো বাৰিষাৰ বৰষুণে ঢল নমাই আনে ৷

দৰং - অসমত এফালে ক'ভিড আনফালে বান ৰ তাণ্ডৱ আৰু ভূতৰ ওপৰত দানহ পৰাদি আৰম্ভ হৈছে চুলাই মদৰ ৰমৰমীয়া বেহা ৷ সাম্প্ৰতিক সময়ত চুলাই মদৰ ঘাটিবোৰে ক'ভিড ৰোগৰ সংক্ৰমত এক বিশেষ ভূমিকা পালন কৰিছে ৷

ক'ভিড সংক্ৰমণ ৰোধিবলৈ চৰকাৰে চুলাই মদৰ ঘাটিবোৰ উচ্ছেদ কৰিবলৈ প্ৰশাসনক ইতিমধ্যে কঠোৰ ভাৱে নিৰ্দ্দেশ দিছে ৷ ক'ভিডৰ এনে পৰিস্থিতিৰ মাজতেই দৰং আৰু ওদালগুৰি জিলাৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত চুলাই মদৰ ঘাটিবোৰত মুকলিকৈ ৰমৰমীয়া বেপাৰ চলাই আছে।

Pages