News Next One , বিশ্বনাথ চাৰিআলি, ৮ ছেপ্তেম্বৰ ঃ কভিড অতিমাৰীয়ে বিধ্বস্ত কৰা শিক্ষা ব্যৱস্থাক উন্নত কৰিবলৈ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সপোন সুৰক্ষিত কৰিবলৈ অসম আদৰ্শ বিদ্যালয় বৰপামৰ এক আদৰ্শনীয় পদক্ষেপ হ'ল " ঘৰে ঘৰে শিক্ষা"। অসম আদৰ্শ বিদ্যালয় বৰপামৰ ছাত্ৰ-ছাত্ৰী সকলে বিগত দিনবোৰত অনলাইন ক্লাছ কৰি আছিল। অনলাইন ক্লাছ সমূহত বিদ্যালয়ৰ ৮০ শতাংশক সাঙুৰি লোৱা হৈছিল যদিও ২০ শতাংশ বঞ্চিত হৈ থাকিব লগা হৈছিল। সেইবাবে অসম সাহিত্য সভাৰ জাতীয় আদৰ্শ শিক্ষা সংসদৰ অধীনস্থ অসম আদৰ্শ বিদ্যালয় বৰপামত সঞ্চালক নৃপেন বৰদলৈ আৰু প্ৰধান শিক্ষক সঞ্জয় কলিতাৰ পৰিকল্পনা অনুসৰি শিক্ষকক ঘৰে ঘৰে গৈ ছাত্ৰ-ছাত্ৰীক পাঠদান

ডিজিটেল ডেস্ক,৮চেপ্টেম্বৰঃ বিগত প্ৰায় দুবছৰ শিশুসকল গৃহবন্দী হৈ থকাৰ পিছতো তেওলোকক লৈ শংকামুক্ত নহয় অভিভাৱক তথা চিকিৎসকসকল৷ কোভিডৰ তৃতীয় ঢৌৰ আশংকাত এতিয়ালৈ বিদ্যালয়সমূহ খোলা নাই যদিওঁ আন আন ৰোগতো আক্ৰান্ত হবলৈ ধৰিছে এই শিশুসকল৷যোৱাকালি মহানগৰীৰ নুনমাটিৰ ৩নং শালবাৰীত শিশু এটিৰ অকাল বিয়োগে চিন্তিত কৰি তুলিছে সকলোকে৷দুদিন ধৰি জ্বৰত ভূগি থকা ১০ বছৰীয়া ধৃতিস্মিতা দাস নামৰ শিশুটিক দেওবাৰে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিওঁ স্বাস্থ্যৰ দ্ৰুত অৱনতিৰ বাবে চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউ কক্ষত যুজি যুজি হাৰ মানিলে কণমানি ধৃতিস

ডিজিটেল ডেস্ক,৫ চেপ্টেম্বৰতঃ ৰাজ্যৰ নিবনুৱাসকলৰ বাবে ৰাজ্য চৰকাৰে লৈ আহিছে সুখবৰ৷।অচিৰেই শিক্ষা বিভাগে শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব।আগন্তুক ৯ ছেপ্টেম্বৰত প্ৰকাশ পাব শিক্ষা বিভাগৰ প্ৰথমটো বিজ্ঞাপন।২৩ হাজাৰ শিক্ষকক আগন্তুক সময়ত নিযুক্তি প্ৰদান কৰিব শিক্ষা বিভাগে।শিক্ষক দিৱসৰ দিনাই আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।ৰাজ্যৰ শিক্ষা বিভাগত বহু পদ খালী হৈ থকাৰ কথা উল্লেখ কৰিছে মন্ত্ৰী গৰাকীয়ে।খালী পদ পূৰণৰ বাবে বহু প্ৰতিবন্ধকতাও আছে বুলি উল্লেখ কৰে মন্ত্ৰী ড° ৰণোজ পেগুৱে।

ডিজিটেল ডেস্ক,৪ ছেপ্টেম্বৰঃৰাজ্যখনত ক’ভিড পৰিস্থিতি উন্নত হোৱালৈ চাই পৰ্যায়ক্ৰমে অহা ৬ ছেপ্ঢেম্বৰৰ পৰা শিক্ষানুস্থানসমূহ খুলিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ ক্ষেত্রত কেতবোৰ নীতি–নির্দেশনা প্রদান কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে৷ এই নতুন পৰিপূৰক এছ অ’ পি অনুসৰি যিসমূহ জিলাত ক’ভিড আক্রান্তৰ হাৰ ২ শতাংশৰ তললৈ হ্রাস পাইছে, সেই জিলাসমূহত দ্বাদশ, স্নাতক চূড়ান্ত বর্ষ আৰু স্নাতকোত্তৰ চূড়ান্ত বর্ষৰ লগতে কাৰিকৰী প্রতিষ্ঠানসমূহৰ পাঠদান নিয়মীয়া কৰাৰ অনুমতি প্রদান কৰা হৈছে৷ যদিহে এই জিলাসমূহত আক্রান্তৰ হাৰ ২ শতাংশ অতিক্রম কৰে, তেনেহ’লে সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্ত, ৰাষ

News Next one , বিশ্বনাথ চাৰিআলি , ৩ ছেপ্তেম্বৰ ঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতিয়ে পূৰ্বৰে পৰা নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দৰে এক বৃহৎ নদীবান্ধে যে অনাগত সময়ত অসমৰ বিস্তৃত অঞ্চল জুৰি বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিব সেই বিষয়ে নিশ্চিত হৈ ইয়াৰ বিৰূদ্ধে সুদীৰ্ঘ দিন ধৰি প্ৰতিবাদ কৰি আহিছে।

ডিজিটেল ডেস্ক,৩ ছেপ্টেম্বৰ:এতিয়াৰে পৰা ঘৰৰ পৰাই এপযোগে পৰীক্ষা দি লাভ কৰিব পাৰিব চালকৰ অনুজ্ঞাপত্ৰ।ঘৰতে বহি কৰিব পাৰিব চালকৰ অনুজ্ঞাপত্ৰ সম্পৰ্কীয় সকলো কাম।অসম চৰকাৰৰ পৰিৱহণ বিভাগৰ অধীনত ‘অনলাইন লার্ণার্চ লাইচেন্স প্রাপ্তিৰ সুবিধা আৰু ভেহিকল ফিটনেছ এপ'ৰ উন্মোচন কৰা হয়৷মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰে এই এপ৷জনসাধাৰণে আজিৰে পৰা লাভ কৰিব এই বিশেষ সেৱা।জিলা পৰিৱহণ বিষয়াৰ কাৰ্যালয়লৈ নোযোৱাকৈ ঘৰৰে পৰা পৰীক্ষা দি লাভ কৰিব পাৰিব অনলাইন অনুজ্ঞাপত্ৰ।চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ঘৰৰ পৰাই মোবাইলতে কৰিব পাৰিব আৱেদন।এতিয়াৰে পৰা যিকোনো জিলা পৰিবহন কার্যালয়তে বাহনৰ ফিটনেছ প্রমাণপত্র নবীকৰণ ক

ডিজিটেল ডেস্ক, ২ চেপ্টেম্বৰঃ কৰোণাৰ নতুন প্ৰকৰণ আৰু তৃতীয় ঢৌক লৈ সমগ্ৰ দেশেই শংকাত থকাৰ মাজতেই আহি আছে কৰোণাক লৈ নতুন বাতৰি৷ দক্ষিণ আফ্ৰিকা আৰু আন বহুতো দেশত ক'ৰনা ভাইৰাছৰ এটা নতুন ৰূপৰ সন্ধান পাইছে। ক'ৰনা ভাইৰাছৰ এই প্ৰকৰণবোৰৰ ভিতৰত কিছু প্ৰকৰণ অধিক সংক্ৰামক হ'ব পাৰে আৰু ক'ৰনা ভেকছিনৰ প্ৰভাৱ হ্ৰাস হৈ পৰিব পাৰে বুলিও শংকিত হৈছে বিশেষজ্ঞ সকল। দক্ষিণ আফ্ৰিকাত থকা ৰাষ্ট্ৰীয় সংক্ৰামক ৰোগ প্ৰতিষ্ঠান আৰু কোৱাজুলু নাটাল গৱেষণা উদ্ভাৱন আৰু অনুক্ৰম মঞ্চৰ অভিজ্ঞ বিজ্ঞানীসকলে জানিবলৈ দিয়া অনুসৰি "ক'ৰনা ভাইৰাছৰ নতুন প্ৰকৰণ চি.১.২ চলিত বৰ্ষৰ মে মাহত প্ৰথমবাৰৰ বাবে চিনাক্ত কৰা হৈছিল দক্ষিণ আফ্ৰিকাত। বি

ডিজিটেল ডেস্ক,২ চেপ্টেম্বৰঃঅৱশেষত আৰক্ষীৰ জালত পৰিল গুৱাহাটীৰ উজান বজাৰৰ নৃশংস কিশোৰী  হত্যাকাৰী।অষ্টম শ্ৰেণীৰ কিশোৰী ডিম্পলক হত্যা কৰিছিল নিজৰে জেঠায়েকৰ পুতেকে। অৱশেষত সম্পৰ্কীয় ককায়েকজনে এই কথা নিজ মুখেই স্বীকাৰ কৰিলে আৰক্ষীৰ আগত।

ঘটনাৰ বিৱৰণী মতে প্ৰথমে সম্পৰ্কীয় দাদাকজনে কিশোৰীগৰাকীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল সম্পৰ্কীয় ককায়েকজন।কাজিয়াই ইমানে তীব্ৰ ৰূপ ধাৰণ কৰিলে যে খঙৰ ভমকত কুকাৰ, পটাগুটি আৰু ছুৰীৰে আঘাত কৰে ডিম্পলক ৷ ছুৰিকাঘাত কৰি ডিম্পলৰ মোবাইল ফোনটো লৈ সেই স্থানৰ পৰা পলায়ন কৰে যুৱকজনে ৷ আজি বাৰোৱাৰীৰ এজন বন্ধুৰ ঘৰত লুকুৱাই থোৱা মোবাইলটো উদ্ধাৰ কৰে আৰক্ষীয়ে।

ডিজিটেল ডেস্ক,১ চেপ্টেম্বৰঃ নিজৰ অভিনয় দক্ষতাৰে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা অসম সন্তান আদিল হুছেইনলৈ পুনৰ আহিছে আন্তৰাষ্ট্ৰীয় সন্মান৷ ৱাশ্বিংটন ডিচি দক্ষিণ এছিয়া চলচ্চিত্ৰ মহোৎসৱত “ৰাহগীৰ” ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে অসম সন্তান আদিল হুছেইনে। অভিনেতা জনে নেজে টুইটাৰ যোগে ৰাজহুৱা কৰিছে এই কথা। জেষ্ঠ অভিনেতা জনৰ সফলতাক লৈ এতিয়া উৎসাহী অসমৰ জনতা। উল্লেখ্য যে ২০১৯ চনত নিৰ্মিত ৰাহগীৰ বোলছবিখনৰ পৰিচালক হ’ল গৌতম ঘোষ৷প্ৰফুল্ল ৰয়ৰ কাহিনীৰে নিৰ্মিত চলচ্চিত্ৰ খনিত আদিল হুছেইনৰ বিপৰীতে অভিনয় কৰিছে তিল্লোতমা সোমে৷

গোলাঘাট, ১ ছেপ্টেম্বৰ : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো আজিৰে পৰা গৰ্ভৱতী, প্ৰসূতি মাতৃ, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজত পৰিপুষ্টি আৰু উচিত খাদ্যাভ্যাস সম্পৰ্কে তৃণমূল পৰ্যায়তে সজাগতা সৃষ্টিৰ উদ্দেশ্যে পোষণ মাহ আৰু মাত্ৰু বন্দনা সপ্তাহ আৰম্ভ হৈছে ।

Pages