newsnextone.com | তেজপুৰঃ ১৯১৫ চনত তেজপুৰত প্ৰতিষ্ঠা হোৱা অসমীয়া ক্লাৱত ২০১৭ চনৰ ৩ চেপ্তম্বৰত তেজপুৰ কলা বিথীকাৰ প্ৰতিষ্ঠা হৈছিল। সোমবাৰে তেজপুৰ কলা বিথীকাৰ এবছৰীয়া বৰ্ষপুতি তেজপুৰ অসমীয়া ক্লাৱৰ সভা কক্ষত উলহ মালহেৰে পালন কৰা হয়৷

প্ৰথম বৰ্ষপুতি উপলক্ষে কেক কাটি অনুষ্ঠানৰ শুভাৰম্ভণি কৰাৰ পিছত তেজপুৰৰ বিশিষ্ট শিল্পী সকলে বিভিন্ন চিত্ৰ অংকন কৰাৰ লগতে কলা বিথীকাৰ উজ্জল ভবিষ্যত কামনা কৰি মন্তব্য আগবঢ়ায়৷