newsnextone.com | যোৰহাটঃ যোৰহাট জিলাত পোন প্ৰথমবাৰৰ বাবে অাৰ্য়ুবেদিক চিকিৎসা সেৱা কেন্দ্ৰ মুকলিৰ প্ৰস্তুতি চলিছে। যোৰাহাট জিলা চহৰৰ জেইল ৰ'ডস্থিত কামাখ্যা ডায়গ'নষ্টিক এণ্ড হেলথ কেয়াৰত ১৬ ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ আয়ুৰ্বেদিক চিকিৎসাৰ বহিঃ বিভাগ মুকলি কৰা হ’ব বুলি ডা০ কৃষ্ণকান্ত নাথে জানিবলৈ দিয়ে। 

জানিবলৈ দিয়া মতে, গুৱাহাটীৰ চৰকাৰী অায়ু্ৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দ্বাৰা এই সেৱা উপলব্ধ হ'ব।