newsnextone.com। তেজপুৰঃ তেজপুৰৰ প্ৰাক্তন সাংসদ মনি কুমাৰ চুব্বা ব্যক্তিগত সহায়ক তুলসী প্ৰসাদ শৰ্মাৰ লগত কোনো সম্পৰ্ক নাই। পৰিয়ালৰ লোকে জনাইছে যে তুলসী প্ৰসাদ শৰ্মাৰ লগত কোনো লোকে প্ৰাক্তন সাংসদ গৰাকী হৈ যোগাযোগ নাৰাখিবলৈ অনুৰোধ জনাইছে। এই ক্ষেত্ৰত চুব্বা পৰিয়াল জগৰীয়া নহব বুলি স্পষ্ট কৰি দিছে।