গুৱাহাটী

Sep 19, 2018 |
0

newsnextone.com| গুৱাহাটীঃ দক্ষিণ শালমাৰাৰ পাটাকাটা, বজাৰ...

Sep 09, 2018 |
0

newsnextone৷ তামুলপুৰঃ তামুলপুৰৰ ডিমিলাপাৰত বিনয় চন্দ (37)...

Sep 05, 2018 |
0

newsnextone.com।গুৱাহাটীঃ

গুৱাহাটীত ব্ৰহ্মপুত্ৰ মাজত ভয়ংকৰ নাওঁ...

Sep 03, 2018 |
0

newsnextone.com | চতিয়াঃ বিহালী বিধানসভা সমষ্টিৰ এক বাতৰিক...

ৰাজ্য

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,বিলাসীপাৰাঃ বিলাসীপাৰাত সাৰ্বজনীন দূৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জন আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। বিলাসীপাৰা বানিয়াপাৰা গৌৰাং নৈৰ ঘাটত দেৱী বিসৰ্জনৰ...

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,তেজপুৰঃ শাৰদীয় দুগোৎসৱৰ শুক্ৰবাৰে বিজয়া দৰ্শমী । আজি পুৱা দূৰ্গাদেৱীৰ  শ্ৰীচৰণত বিজয়া দশমীৰ পুজা সম্পন্ন  হোৱাৰ পিছত মহিলা সকলে পৰস্পৰে ...

Oct 19, 2018 |
0

 

ডিজিটেল ডেক্স,জাজৰিঃ  নগাওঁ জিলাৰ জাজৰিত বটদ্ৰৱা বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বিগত বছৰৰ দৰে এই বছৰো পৰম্পৰাগত পদ্ধতিৰে অসমীয়াৰ বাপতিসাহোন কাতি বিহু দিনজোৰা...

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,নগাঁওঃ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যন কৰা বাবে নগাঁওৰ শালনাত এগৰাকী যুৱতীক সঞ্জয় সৰকাৰ নামৰ যুৱক এজনে এগৰাকী যুৱতীৰ শৰীৰত এচিদ ঢালি আক্ৰমণ কৰে...

বিদেশ

Sep 30, 2018 |
0

newsnextone.com | ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াত ছুনামীৰ...

Sep 08, 2018 |
0

ডিজিটেল ডেক্সঃ সংবাদ মাধ্যমত ৰাজীৱ গান্ধীৰ হত্যা কাণ্ড আকৌ...

Sep 06, 2018 |
0

newsnextone.com। ডিজিটেল ডেস্কঃ বিশ্বৰ শক্তিশালী দেশৰ ভিতৰত...

Sep 01, 2018 |
0

newsnextone.com | ডিজিটেল ডেস্কঃ বৃটেইনৰ এগৰাকী স্কুলীয়া...

 | by NNO ONLINE BUREAU  |  0

ডিজিটেল ডেক্স,নতুন দিল্লীঃ অৱশেষত #MeTooৰ ধুমুহাত কঁপি উঠিল মোডীৰ চৰকাৰ। সাংবাদিকতাৰ পৰা ৰাজনীতিৱিদ হোৱা মোডী চৰকাৰৰ বৈদেশিক দপ্তৰৰ মন্ত্ৰী এম জে আকবৰে তেওঁৰ ওপৰত উঠা যৌন আতিসহ্যৰ অভিযোগৰ পিছত পদত্যাগ কৰিবলৈ বাধ্য হ’ল৷ ই-মেইল যোগে মন্ত্ৰীগৰাকীয়ে আজি পদত্যাগ কৰে৷ 

মন্ত্ৰীজন এতিয়া চৰকাৰী ভ্ৰমন কাৰ্য্যসূচী লৈ নাইজেৰিয়াত আছে৷ ই-মেইলযোগে পদত্যাগ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে,‘এই সকলোবোৰ অভিযোগ মিছা আৰু সেইবাবে মই আডালতৰ দ্বাৰাস্থ হৈছোঁ৷ মোৰ নিৰ্দোষিতা আডালতে প্ৰমান কৰিব৷ কিন্তু এনে অভিযোগ উঠাৰ পিচত পদৱীত থকা উচিত নহয় বুলি ভাৱি মই পদত্যাগ কৰিলোঁ৷

 | by NNO Correspondent  |  0

ডিজিটেল ডেস্ক |বিলাসীপাৰাঃ কণমানি আনিছুৰ ৰহমানৰ হত্যা ৰ প্ৰতিবাদত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত তিনি ঘন্টীয়া গৌৰীপুৰ বালাজান ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হয়। জানিব পৰা মতে যোৱা ১১ অক্টোবৰত কোনো দুৰ্বৃত্তই কণমানি আনিছুৰ ৰহমান অপহৰণ কৰি লৈ যোৱা সন্দেহত পৰিয়ালৰ লোকে গোলকগঞ্জ আৰক্ষী থানাত গোচৰ তৰাত আৰক্ষীয়ে পাঁচ হাজাৰ মান ধন দাবী কৰে।

Categories:

 | by NNO Correspondent  |  0

ডিজিটেল ডেস্ক |লিডুঃ অসম অৰুণাচল সীমান্তৱৰ্তী জাগুনত যোৱা ১৩ অক্টোৱৰত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ অপহৰন কাণ্ড৷ সন্দেহযুক্ত আলফা(স্বা) ৰ প্ৰায় ১৬ জনীয়া এটা অস্ত্ৰধাৰী দলে ২ নং ফানেংৰ পবিত্ৰ গগৈ উৰফে টিকিৰাক শোৱা পাটিৰ পৰাই অপহৰণ কৰি নিয়া ঘটনাই আজি পাঁচটা দিন অতিক্ৰম কৰাৰ পাছত অৱশেষত আলফা(স্বা) ই পবিত্ৰ গগৈ ওৰফে টিকিৰাক মুকলি কৰি দিয়ে৷

Categories:

 | by NNO Correspondent  |  0

ডিজিটেল ডেস্ক |নগাঁওঃ চৌপাশে দুৰ্গোৎসৱৰ অপাৰ উদ্দীপনা৷ এখুজি দুখুজিকৈ ধৰালৈ নামি আহিছে শীত৷ তাৰ সমান্তৰালকৈ গ্ৰামাঞ্চলৰ পথাৰে পথাৰে বিয়পি পৰিছে সজল ধৰা ধানৰ সোণালী আভা৷ ইফালে, আমোলমোল শেৱালীৰ গোন্ধে সকলোৰে মন-প্ৰাণ কৰি তুলিছে মতলীয়া৷ ঠিক এনে এক প্ৰাণোৎজ্জ্বল পৰিৱেশৰ মাজতে আকৌ আহিল অসমীয়াৰ অতি হেঁপাহৰ উৎসৱ কাতি বা কঙালী বিহু৷ 

Categories:

 | by NNO Correspondent  |  0

ডিজিটেল ডেস্ক |খেৰণিঃ কাৰ্বি সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰ্বি পাহাৰত আজিৰে পৰা আৰম্ভ হ'ল ২৬ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ আনুষ্ঠানিক কাৰ্যসূচী। ৰাজ্যৰ লগতে কাৰ্বি পাহাৰত আধ্যাত্মিকতা আৰু জাকজমকতাৰে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰে দূৰ্গোৎসৱ অনুষ্ঠিত হৈ থকাৰ সমান্তৰালকৈ প্ৰতিযোগিতামূলকভাৱে জিলাখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ২৬ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ। 

 

Categories:

 | by NNO Correspondent  |  0

ডিজিটেল ডেস্ক |নলবাৰীঃ বৰ্তমান অসমৰ লগতে নলবাৰী জিলাত লাখ লাখ শিক্ষিত নিবনুৱাৰে ভৰি পৰাত জিলাখনৰ সচেতন মহলক চিন্তিত কৰাৰ লগতে শিক্ষিত নিবনুৱা সকলক বাৰুকৈৱে হতাশ কৰি তুলিছে৷ বৰ্তমান জিলাখনত নিবনুৱা সকলৰ বাবে কৰ্ম সংস্থাপনৰ কোনো উদ্যোগ স্থাপন কৰা পৰিলক্ষিত হোৱা নায়৷ কিছু বছৰ আগতে জিলাখনৰ কৰিয়াৰ চিত্ৰনলা উদ্যোগ, ককয়াৰ বাঁহবেত উদ্যোগ, কটপুহাৰ কয়েৰ উদ্যোগ, বস্ত্ৰ, উদ্যোগ, আদি স্থানীয় ভাৱে স্থাপন কৰা হৈছিল যদিও গৰিষ্ঠ সংখ্যকে মৃত্যুমুখত পৰিছে৷ 

Categories:

 | by NNO Correspondent  |  0

ডিজিটেল ডেক্স,খাৰুপেটীয়া: হোজাই সমষ্টিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে আজি দৰং জিলা মুছলিম ছাত্ৰ সন্থাই দলগাঁও থানাত আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধুলা থানাত এজাহাৰ দাখিল কৰে ।
গুৱাহাটীত হোৱা বোমা বিস্ফোৰণৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ ঈদ আৰু মহৰমৰ সময়ত মুছলমান এলেকাত বোমা বিস্ফোৰণ কৰিবলৈ আলফা (স্বা) ৰ সেনাধক্ষ্য পৰেশ বৰুৱাক প্ৰত্যাহব্বান জনাইছিল শিলাদিত্যই বিধায়কজনৰ এনে উচটনিমূলক মন্তব্যৰ বিৰুদ্ধে গৰজি উঠিছে মুছলিম ছাত্ৰ সন্থাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বিধায়কজনক গ্ৰেপ্তাৰৰ দাবী সংগঠণদুটাৰ |

Categories:

 | by NNO Correspondent  |  0

ডিজিটেল ডেক্স,নগাঁওঃ নগাঁও জিলাৰ হয়বৰগাঁ‌ৱৰ পৰা মৈৰাবাৰী  সংযোগী ৰেললাইনৰ প্ৰতিটো ৰেল গেটৰ ৰখীয়াৰ ভূমিকা পালন কৰিব ৰেলগাড়ীৰ গাৰ্ডে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী পীয়ুষ গোৱেলৰ নিৰ্দেশনাত সৰ্বভাৰতীয় প্ৰেক্ষাপটত প্ৰথমবাৰৰ বাবে যোৱা ১৪ ছেপ্টেম্বৰৰ পৰা হয়বৰগাঁ‌ও-মৈৰাবাৰী সংযোগী ৰেললাইনৰ জুৰীয়া আৰু বটদ্ৰৱা ষ্টেচনত থকা ৰেলগেটৰ ৰখীয়া আৰু ৰেলগাড়ীৰ গাৰ্ডৰ জৰিয়তে এই ব্যৱস্থা কৰা হৈছিল আৰু এই পৰ্যন্ত সফলো হৈছো। এই মন্তব্য আশিস শৰ্মাৰ। আজি হয়বৰগাঁ‌ও ৰেলষ্টেচনত অনুষ্ঠিত এক সংবাদ মেলত  এন এফ ৰেলৱেৰ লামডিং সংমণ্ডলৰ প্ৰৱন্ধক আশিস শৰ্মাই এইদৰে মন্তব্য কৰি লগতে কয় যে-- আগতে এখন ৰেল পাৰ হোৱাৰ সময়খিনিৰ

 | by NNO Correspondent  |  0

ডিজিটেল ডেস্ক |নগাঁওঃ শাৰদীয় দূৰ্গা পূজা উপলক্ষে কৃত্ৰিম ৰঙেৰে প্ৰস্তুত কৰা বিভিন্ন তৰহৰ ৰংচঙীয়া মিঠাই তথা অন্যান্য খাদ্য সামগ্ৰীয়ে মানুহৰ জীৱনলৈ চৰম ভাবুকি কঢ়িয়াই আনিব পাৰে৷ কাৰণ, গ্ৰাহকক সহজে আকৰ্ষিত কৰিবৰ কাৰণেই এচাম অসৎ চৰিত্ৰৰ ব্যৱসায়ীয়ে নানা প্ৰকাৰৰ শৰীৰৰ অনিষ্টকাৰী কেমিকেল ব্যৱহাৰ কৰি ৰংচঙীয়াকৈ আৰু লোভনীয় ৰূপত নগাঁও জিলাত হৰেক ৰকমৰ মিঠাই প্ৰস্তুত কৰিছে বুলি জানিব পৰা গৈছে৷ তদুপৰি এই মিঠাইবোৰ জিলাখনৰ পূজাস্থলীসমূহত সম্পূৰ্ণ মুকলিকৈ অস্বাস্থ্যকৰ পৰিবেশত বিক্ৰী কৰি থকা দৃষ্টিগোচৰ হৈছে৷    

Categories:

Pages