গুৱাহাটী

Sep 09, 2018 |
0

newsnextone৷ তামুলপুৰঃ তামুলপুৰৰ ডিমিলাপাৰত বিনয় চন্দ (37)...

Sep 05, 2018 |
0

newsnextone.com।গুৱাহাটীঃ

গুৱাহাটীত ব্ৰহ্মপুত্ৰ মাজত ভয়ংকৰ নাওঁ...

Sep 03, 2018 |
0

newsnextone.com | চতিয়াঃ বিহালী বিধানসভা সমষ্টিৰ এক বাতৰিক...

Aug 27, 2018 |
0

newsnext.com।গুৱাহাটীঃ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ সপ্তম...

Aug 22, 2018 |
0

 

newsnextone.com । গুৱাহাটীঃ অসম ৰাজ্যিক চিৰিয়াখনত...

ৰাজ্য

Sep 18, 2018 |
0

newsnextone.com| বিহালীঃ দুপৰীয়াৰে পৰা পৰিত্যক্ত অৱস্থাত পৰি থকা মৃতদেহটো চিনাক্তকৰণকে আদি কৰি অন্যান্য যাৱতীয় মৰণোত্তৰ পৰীক্ষা সম্পাদনৰ বাবে স্থানীয়...

Sep 18, 2018 |
0

newsnextone.com| ডিফুঃ এছিয়াত সোণ বুটলি ভাৰত তথা অসমৰ নয়ণৰ মণি হৈ পৰা অসম জীয়ৰী হিমা দাসৰ পিছতে সদ্য অনুষ্ঠিত এছিয়া পেছিফিক মাষ্টাৰ্ছ গেমচৰ পৰা সোণ আৰু...

Sep 18, 2018 |
0

newsnextone.com| নগাঁওঃ ঐতিহাসিক শ্ৰী শ্ৰী বটদ্ৰৱা থানত আজিৰে পৰা আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭০ সংখ্যক আৰ্বিভাৱ মহোৎসৱ৷ কিন্তু থান পৰিচালনা...

Sep 18, 2018 |
0

newsnextone.com। তেজপুৰঃ অসম চৰকাৰৰ পুৰাত্বত  আৰু সাংস্কৃতিক সঞ্চালকালয় উদ্যোগৰ পুৰাত্বত আৰু ঐতিহাসিক ক্ষেত্ৰ সমুহৰ উন্নয়ন আৰু বিকাশৰ বাবে ৰাইজৰ মাজত...

বিদেশ

Sep 08, 2018 |
0

ডিজিটেল ডেক্সঃ সংবাদ মাধ্যমত ৰাজীৱ গান্ধীৰ হত্যা কাণ্ড আকৌ...

Sep 06, 2018 |
0

newsnextone.com। ডিজিটেল ডেস্কঃ বিশ্বৰ শক্তিশালী দেশৰ ভিতৰত...

Sep 01, 2018 |
0

newsnextone.com | ডিজিটেল ডেস্কঃ বৃটেইনৰ এগৰাকী স্কুলীয়া...

Aug 27, 2018 |
0

newsnextone.com। ডিজিটেল ডেক্সঃ দেশৰ লগতে কিছুমান বহিৰাগত...

 | by NNO Correspondent  |  0

newsnextone.com| বিহালীঃ দুপৰীয়াৰে পৰা পৰিত্যক্ত অৱস্থাত পৰি থকা মৃতদেহটো চিনাক্তকৰণকে আদি কৰি অন্যান্য যাৱতীয় মৰণোত্তৰ পৰীক্ষা সম্পাদনৰ বাবে স্থানীয় ৰাইজে বিহালী আৰক্ষীক খৱৰ দিছে যদিও বৰ্তমান মুহুৰ্তলৈকে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত নোহোৱাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Categories:

 | by NNO Correspondent  |  0

newsnextone.com| ডিফুঃ এছিয়াত সোণ বুটলি ভাৰত তথা অসমৰ নয়ণৰ মণি হৈ পৰা অসম জীয়ৰী হিমা দাসৰ পিছতে সদ্য অনুষ্ঠিত এছিয়া পেছিফিক মাষ্টাৰ্ছ গেমচৰ পৰা সোণ আৰু ব্ৰঞ্জৰ পদক আজুৰি অনা অসম তথা কাৰবি আংলঙৰ সোণপৰী পখিলা ইংতিপীৰ লগতে ব্ৰঞ্জৰ পদক বিজয়ী আন চাৰিগৰাকী খেলুৱৈকো আজি কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা আনুষ্ঠিনিক ভাৱে ডিফুৰ জয়চিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত সম্বৰ্ধনা জনোৱা হয়৷ কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম পেছিফিক মাষ্টাৰ্ছ গেমচ্ ৰ সভাপতি, কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা কাৰবি আংলং ক্ৰীড়া সন্থা

Categories:

 | by newsnextone  |  0

newsnextone.com| নগাঁওঃ ঐতিহাসিক শ্ৰী শ্ৰী বটদ্ৰৱা থানত আজিৰে পৰা আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭০ সংখ্যক আৰ্বিভাৱ মহোৎসৱ৷ কিন্তু থান পৰিচালনা সমিতিৰ কিছুমান সিদ্ধান্তই ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানখনৰ গৰীমাত আঘাত কৰিছে বুলি গুৰুত্ব অভিযোগ উঠিছে৷ বিগত প্ৰায় তিনিটা বছৰত পৰিচালনা সমিতিৰ একাংশ বিষয়ববীয়াৰ পৃষ্ঠপোষকতাত এটি বিশেষ ৰাজনৈতিক দলৰ "ডাম্পিং গ্ৰাউণ্ড" লৈ পৰ্যৱেক্ষিত হৈছে ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানখন৷ বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজৰ এই গুৰুত্বৰ অভিযোগৰ প্ৰত্যক্ষ প্ৰমাণ দেখা গৈছে আজিৰ পৰা আৰম্ভ হোৱা গুৰুজয়ন্তীৰ কাৰ্যসূচীত৷ কিয়নো, তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত গুৰুজয়ন্

Categories:

 | by NNO Correspondent  |  0

newsnextone.com| তেজপুৰঃ নিশা দুৰ্ঘটনাত পতিত হৈ অকালতে মৃত্যুক সাৱতি লোৱা ৰূপম কলিতা আৰু মোহন দাসক স্মৰণ কৰি মিলনপুৰৰ বকুল তলত যুৱক বৃন্দই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায়। উল্লেখ্যযে ৰূপম কলিতা বালিপুখুৰি তিনিআলিৰ পৰা প্ৰকাশিত অধুনালুপ্ত বা-বাতৰি কাকতৰ লগত জৰিত আছিল আৰু নাটক, ভাওনা এগৰাকী সুদক্ষ অভিনেতাৰ লগতে অঞ্চলটো বিভিন্ন অনুষ্ঠানত লগতো জৰিত আছিল ৰূপম কলিতা। অন্যজন যুৱক মোহন দাস গৃহৰক্ষী বাহিনী জোৱান হোৱাৰ লগতে মিলনপুৰৰ একাধিক অনুষ্ঠানৰ লগতো জৰিত আছিল। ৰূপম কলিতা অবিবাহিত আছিল যদিও মোহন দাসে ৫ বছৰীয়া কন্যা আৰু পত্নী সহ আত্মীয়ক এৰি গৈছে৷

Categories:

 | by NNO Correspondent  |  0

newsnextone.com| ৰঙিয়াঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে সমগ্ৰ দেশৰ লগতে ৰঙিয়া ৰেল সংমণ্ডলতো স্বচ্ছতাই সেৱা পষেকৰ শুভাৰম্ভ কৰা হয়। এই পষেকৰ শুভাৰম্ভ কৰে ৰঙিয়া ৰে’লৱে সংমণ্ডলৰ মাণ্ডলিক প্ৰৱন্ধক ৰবিলেশ কুমাৰে। এই উপলক্ষে আজি ৰঙিয়া ৰে’লৱে ষ্টেচন স্বেচ্ছাসেৱী সংগঠন জনকল্যাণ সমিতিৰ সহযোগত  সংমণ্ডল ভিত্তিত এক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। 'স্বচ্ছতাই সেৱা' শীৰ্ষক এই প্ৰতিযোগিতাত সংমণ্ডলৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতা উদ্বোধন কৰে মাণ্ডলিক ব্যক্তিগত বিষয়া এল, টুছিং অনুষ্ঠানত মাণ্ডলিক সহকাৰী ব্যক্তিগত বিষয়া ৰুমি নমঃশূদ্ৰ, চিত্ৰাংকন প্ৰশিক্ষক ৰূপাজ

Categories:

 | by NNO Correspondent  |  0

newsnextone.com| নগাঁওঃ  চি বি এচ ইৰ পাঠ্যক্ৰমত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনাদৰ্শৰ এটি পাঠ অন্তৰ্ভূক্তি কৰি দেশৰ নৱ প্ৰজন্মক গুৰুজনাৰ বিশাল ব্যক্তিত্ব সমন্ধে জানিবৰ বাবে সুবিধা প্ৰদানৰ পোষকতা সাংসদ গৌৰৱ গগৈয়ে৷ সেয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সজোৰে দাবী জনাই আহিছে যুৱ সাংসদ গৰাকীয়ে৷ আনকি তেওঁ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকীক লিখিত ভাৱে অসমবাসীৰ হৈ এই দাবী কৰিছে৷ 

Categories:

 | by NNO Correspondent  |  0

newnextone.com| নগাঁওঃ নগাঁও জিলাৰ ৰহাৰ সমীপৰ চাপৰ মুখস্থিত বি বি হানচুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোমবাৰে জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু বাৰপূজীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত এটি বৃহৎ স্বাস্থ্য মেলা অনুষ্ঠিত হয়৷ পুৱা ৯ বজাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে স্বাস্থ্য সমাবেশখনি উদ্ধোধন কৰে৷ নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা° অতুল চন্দ্ৰ পাটৰৰ পৌৰোহিত্যত অনুষ্ঠিত স্বাস্থ্যমেলা উদ্ধোধনী সভাত জিলা অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা, জিলা টিকাকৰণ বিষয়া ডা° জয়ন্ত কুমাৰ দাস, ৰ’হা চক্ৰ বিষয়া পল্লৱী কছাৰী, মহকুমা স্বাস্থ্য বিষয়া ডা° লক্ষীধৰ দাস, বিদ্যালয়ৰ অধ্যক্ষা জয়ন্

Categories:

 | by NNO Correspondent  |  0

 newsnextone.com| শিৱসাগৰঃ শিৱসাগৰ জিলাৰ আমগুৰি লাহতীত গ্ৰাহকক মূল্যতকৈ কম পৰিমাণৰ পেট্ৰ’ল দিয়াৰ অভিযোগত নিশা উত্তপ্ত পৰিস্থিতিৰ স্থিতি হয়। জানিব পৰা মতে, এজন গ্ৰাহকক য়মাহা মটৰ চাইকেলত কম পৰিমাণৰ পেট্ৰ’ল ভৰাই অধিক টকা সংগ্ৰহ কৰি ঠগন দিছিল। ঘটনাৰ পিছত য়মাহা গৰাকীয়ে ইয়াৰ প্ৰতিবাদ কৰাৰ  পিছতে তেলডিপোত আহোম জাতীয় গণমঞ্চ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আটাছু, সংগ্ৰামী যুৱ পৰিষদৰ বিষয়ববীয়া উপস্থিত হৈ প্ৰতিবাদ কৰে। প্ৰতিবাদৰ ফলত নিশাই শিৱসাগৰৰ পৰা যোগান বিভাগ, আমগুৰি ৰাজহ চক্ৰ বিষয়া আহি উপস্থিত হয়। যোগান বিভাগৰ তদন্তত ডিপোটোত বিসংগতি প্ৰত্যক্ষ কৰি জাতীয় সংগঠনৰ প্ৰতিবাদত সেও মানি ডিপো

Categories:

 | by NNO Correspondent  |  0

newsnextone.com| নলবাৰীঃ নলবাৰী ব্ৰীজ সন্থাৰ সৌজন্যত বিভাৰানী গোস্বামী সোঁৱৰণী সদৌ অসম এদিনীয়া অক্সন ব্ৰীজ প্ৰতিযোগিতা খনৰ অলপতে সফল সামৰণি পৰে৷ প্ৰতিযোগিতা খনৰ উদ্বোধনীৰ অনুস্থানত সভাপতিত্ব কৰে নলবাৰী জিলা ব্ৰীজ সন্থাৰ সভাপতি যজ্ঞেশ্বৰ বুজৰবৰুৱাই৷ সভাত বিশিষ্ট অতিথি হিচাপে উপষ্টিত থাকি ভাষন প্ৰদান কৰে ক্ৰমে শংকৰদেৱ বিদ্যানিকেতনৰ প্ৰধান আচাৰ্য ভবেশ গোস্বামী আৰু নলবাৰী চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিকৰ শিক্ষক মুনীন্দ্ৰ গোস্বামীয়ে৷

Categories:

 | by NNO Correspondent  |  0

newsnextone.com| ৰঙিয়াঃ ৰঙিয়া গড়কাপ্তানি গ্ৰাম্য পথ সংমণ্ডলত আজি বিশ্বকৰ্মা পূজা উপলক্ষে 'আৰ্হি ' নামৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। মূল পূজা আৰম্ভ হোৱাৰ আগমূহুৰ্তত প্ৰাচীৰ প্ৰত্ৰিকাখন এক গাম্ভিৰ্য্যপুৰ্ণ অনুষ্ঠানৰ মাজেৰে উন্মোচন কৰে বিভাগটোৰ কাৰ্য্যবাহী অভিযন্তা হেমন্ত দেউৰী ভৰালীয়ে। বিশ্বকৰ্মা পূজা পৰিচালনা সমিতিৰ সম্পাদক হিৰেন দাসে আঁতধৰা অনুষ্ঠানটোত বিষয়া গৰাকীয়ে তেওঁৰ বক্তব্যৰ মাজেৰে কয় যে অসমৰ সকলোবোৰ চৰকাৰী কাৰ্য্যালয়তে এনেধৰনে প্ৰাচিৰ পত্ৰিকাৰ ব্যৱস্থা কৰিলে নিশ্চয় চৰকাৰী কৰ্মচাৰী সকলে নিজৰ প্ৰতিভা বিকাশৰ সুযোগ পাব। কৰ্মচাৰী সকলে নিজৰ কৰ্মব্যস্ততাৰ কাৰণে নিজৰ মাজ

Categories:

Pages