newsnextone.com। গুৱাহাটীঃ

অনিৰ্দিষ্ট কাললৈ ৰাজ্যত বিকল হৈ পৰিল ১০৮ মৃত্যুঞ্জয় আৰু ১০২ এম্বুলেন্স সেৱা।
 
চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধিৰ দাবীত কৰ্মবিৰতিত বহিল দুই সেৱাৰ কৰ্মচাৰী সকল।

GVKআৰু মন্ত্ৰী হিমন্তৰ বঞ্চনাৰ বিৰুদ্ধে এই প্ৰতিবাদ।

GVK-ৰ কিছু সংখ্যক শীৰ্ষ বিষয়াই মহিলা কৰ্মচাৰীক অশ্লীল ইংগিত দিয়াৰো অভিযোগ কৰে প্ৰতিবাদকাৰীয়ে।