newsnextone.com।তেজপুৰঃ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিথি মহোৎসৱ উপলক্ষে পৰম্পৰা অনুযায়ী বালিপুখৰীৰ ৰাইজ সকলে বালিপুখুৰি নমঘৰত ভাওনা প্ৰদৰ্শন কৰে ৷

ব্যাস কীৰ্তনীয়া, গায়ন বায়ন, নাম কীৰ্তনীয়াৰ লগতে সত্ৰীয়া সমন্বিতে ভকতসকলে ভাওনা প্ৰদশন কৰি ৰাইজে ভক্তিৰস প্ৰৱাহ মান কৰা এই ভাওনা প্ৰত্যক্ষ কৰিবলৈ অগণন ভক্তই ভাওনাস্থলীত ভিৰ কৰে ৷

বালিপুখুৰি নামঘৰত বৈধ মাতৃৰ কুচক্ৰান্ত , ব্ৰজাসুৰ বধ  নামৰ ভাওনা খনে নামঘৰৰ পৰা আৰাম্ভ হোৱা এই ধৰ্মীয়  অন্তৰায়ে সকলোকে মুহিত কৰি তোলৰ লগতে নামঘৰৰ চোতালত উখল মাখল পৰিবেশ সৃষ্টি হয় ৷