newsnextone.com| বিহালীঃ দুপৰীয়াৰে পৰা পৰিত্যক্ত অৱস্থাত পৰি থকা মৃতদেহটো চিনাক্তকৰণকে আদি কৰি অন্যান্য যাৱতীয় মৰণোত্তৰ পৰীক্ষা সম্পাদনৰ বাবে স্থানীয় ৰাইজে বিহালী আৰক্ষীক খৱৰ দিছে যদিও বৰ্তমান মুহুৰ্তলৈকে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত নোহোৱাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।