newsnextone.com। গুৱাহাটীঃ 
নাগালেণ্ডলৈ বান সাহাৰ্য্য বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ।
মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১.২৫ কোটি টকা অভিনেতাগৰাকীৰ। 
মুখ্যমন্ত্ৰী নেইফিঅ’ৰিঅ’ৰ হাতত সাহায্যৰ চেক প্ৰদান কৰিলে অভিনেতাগৰাকীয়ে।