newsnextone.com৷ মৰিয়নীঃ মৰিয়নীৰ হোলোঙগুৰি চাহ বাগিচাত আটছাৰ আমৰণ অনশন। বাগিছাখনৰ শ্ৰমিকসকলক দীৰ্ঘদিন ধৰি শোষণ উৎপীড়ন চলাই অহাৰ অভিযোগ কৰ্তৃপক্ষৰ বিৰুদ্ধে। শ্ৰমিকসকলক প্ৰাপ্য বেতনকে ধৰি সকলো সা সুবিধাৰ পৰা বঞ্চিত কৰি অহাৰ পৰিপ্ৰেক্ষিতত আটছাৰ নকছাৰী শাখাই আৰম্ভ কৰিছে এই আমৰণঅনশন৷ মৰিয়নীৰ হোলোঙগুৰি চাহ বাগিচাত আটছাৰ আমৰণ অনশন স্থলীলৈ প্ৰশাসন বিষয়াৰ ৰাওনা। বৰ্তমানেও এই অনশন কাৰ্যসূচী অব্যাহত৷