গুৱাহাটী

Sep 19, 2018 |
0

newsnextone.com| গুৱাহাটীঃ দক্ষিণ শালমাৰাৰ পাটাকাটা, বজাৰ...

Sep 09, 2018 |
0

newsnextone৷ তামুলপুৰঃ তামুলপুৰৰ ডিমিলাপাৰত বিনয় চন্দ (37)...

Sep 05, 2018 |
0

newsnextone.com।গুৱাহাটীঃ

গুৱাহাটীত ব্ৰহ্মপুত্ৰ মাজত ভয়ংকৰ নাওঁ...

Sep 03, 2018 |
0

newsnextone.com | চতিয়াঃ বিহালী বিধানসভা সমষ্টিৰ এক বাতৰিক...

ৰাজ্য

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,বিলাসীপাৰাঃ বিলাসীপাৰাত সাৰ্বজনীন দূৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জন আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। বিলাসীপাৰা বানিয়াপাৰা গৌৰাং নৈৰ ঘাটত দেৱী বিসৰ্জনৰ...

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,তেজপুৰঃ শাৰদীয় দুগোৎসৱৰ শুক্ৰবাৰে বিজয়া দৰ্শমী । আজি পুৱা দূৰ্গাদেৱীৰ  শ্ৰীচৰণত বিজয়া দশমীৰ পুজা সম্পন্ন  হোৱাৰ পিছত মহিলা সকলে পৰস্পৰে ...

Oct 19, 2018 |
0

 

ডিজিটেল ডেক্স,জাজৰিঃ  নগাওঁ জিলাৰ জাজৰিত বটদ্ৰৱা বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বিগত বছৰৰ দৰে এই বছৰো পৰম্পৰাগত পদ্ধতিৰে অসমীয়াৰ বাপতিসাহোন কাতি বিহু দিনজোৰা...

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,নগাঁওঃ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যন কৰা বাবে নগাঁওৰ শালনাত এগৰাকী যুৱতীক সঞ্জয় সৰকাৰ নামৰ যুৱক এজনে এগৰাকী যুৱতীৰ শৰীৰত এচিদ ঢালি আক্ৰমণ কৰে...

বিদেশ

Sep 30, 2018 |
0

newsnextone.com | ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াত ছুনামীৰ...

Sep 08, 2018 |
0

ডিজিটেল ডেক্সঃ সংবাদ মাধ্যমত ৰাজীৱ গান্ধীৰ হত্যা কাণ্ড আকৌ...

Sep 06, 2018 |
0

newsnextone.com। ডিজিটেল ডেস্কঃ বিশ্বৰ শক্তিশালী দেশৰ ভিতৰত...

Sep 01, 2018 |
0

newsnextone.com | ডিজিটেল ডেস্কঃ বৃটেইনৰ এগৰাকী স্কুলীয়া...

 | by NNO Correspondent  |  0

www.newsnextoen.com| নলবাৰীঃ ‘‘মানৱ জাতিক সৰ্বাংগীন বিকাশ কৰাৰ বাবে বিজ্ঞানক ক্ষেত্ৰ হিচাপে বাছি ল’লো। মানুহে কয় সমস্যা বিলাক নেওচি আগবাঢ়িব লাগে। কিন্তু মই ভাবো সমস্যা বিলাক সমাধান কৰিহে আগবাঢ়িব লাগে।’’

উক্ত মন্তব্য অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ কৌস্তৱ বি আৰ্যই আগবঢ়ায়৷

 | by NNO Correspondent  |  0

www.newsnextone.com| ওদালগুৰিঃ এবছুৰ উদ্যোগত ৮টাকৈ সংগঠনৰ উত্তাল প্ৰতিবাদত যাতায়ত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিল ৰৌতা-ওদালগুৰি সংযোগী পথত। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ওদালগুৰি সদৰলৈ যোৱা ঘাইপথটোৰ দৈফাং চ'কত সংগঠনকেইটাই পথৰ ওপৰতে পুৱা ১০ বজাৰ পৰা দুঘণ্টাৰ বাবে অৱস্থান গ্ৰহণ কৰাত পথটোৰে যাতায়াত চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। 

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com| গুৱাহাটীঃ ৰাষ্ট্ৰীয় ফিল্ম চাৰ্টিফিকেশ্বন বৰ্ডৰ সদস্য নিযুক্তি প্ৰক্ৰিয়াৰ অংশ স্বৰূপে অসমৰ ১৫ জন বিশিষ্ট ব্যক্তিক সদস্য হিচাপে নিযুক্তি দিছে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে৷

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com| মাজুলীঃ সমগ্র মাজুলীত শোকৰ ছাঁ। মাজুলীৰ নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ সংগীত নাটক অকাডেমী বঁটাপ্ৰাপ্ত কোষকান্ত গোস্বামীৰ মৃত্যু। ৮৯ বছৰ বয়সত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে কোষকান্ত গোস্বামীয়ে। 

 

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com| তেজপুৰঃ তেজপুৰ মহাভৈৰৱ হৰিসভা দূৰ্গাপূজা মণ্ডপত মন্ত্ৰী পৰিমল শুক্লবৈদ্য৷ কাজিৰঙাৰ পৰা গুৱাহাটী অভিমুখে অহাৰ পথত বন-পৰিৱেশ, মীন তথা আৱকাৰী বিভাগৰ মন্ত্ৰী গৰাকী শুক্ৰবাৰে নিশা ৯ বজাত উপস্থিত হয় তেজপুৰত৷ তেজপুৰৰ হৰিসভা সমিতিয়ে এইবাৰ ৭৫ বছৰত ভৰি দিয়া উপলক্ষে পূজা সমিতিয়ে নিমন্ত্ৰণ জনাইছিল মন্ত্ৰী গৰাকীক আৰু পূজা সমিতিৰ নিমন্ত্ৰণ ৰক্ষা কৰি এনেদৰে নিশা তেজপুৰৰ হৰিসভা পূজা মণ্ডপত উপস্থিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য৷

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com| মাজুলীঃ পুনৰ লুইতৰ খাবলোত সংঘটিত হ’ল এক হৃদয় বিদাৰক ঘটনা। এখন টুলুঙা নাওঁ ত প্ৰান গ’ল এজন অৱসৰ প্ৰাপ্ত শিক্ষক। লুইতৰ খাবলুৰ বিধংসত বাট পথৰ বাবেই যাবলৈ সাহ নকৰে ৰাইজ৷ এনেধৰণৰ ঘটনা দুমাহ পূৰ্বে ঘটিছিল য’ত পুত্ৰ মৃত্যুৰ দুমাহৰ পিছত মৃত্যু হয় পিতৃৰ।

এনে ঘটনাৰ মূল কাৰণ হৈছে শোচনীয় বাট পথ। আনহাতে এই ঘটনাৰ পূৰ্বে লুইতৰ খাবলুত ৪ ঘন্টা ধৰি গৰ্ভৱতী মহিলাৰ মৃতদেহ পোৱা গৈছিল বুলি জানিব পৰা গৈছে৷

Categories:

 | by NNO WEB BUREAU  |  0

www.newsnextone.com| গুৱাহাটীঃ দূৰ্গাৰ পূজাৰ আগ মূৰ্হুতত সংঘটিত হয় এক প্ৰচণ্ড বিস্ফোৰক ঘটনা৷ গুৱাহাটী পানবজাৰৰ শুক্লেশ্বৰ ঘাটৰ সমীপত সংঘটিত হয় এই ঘটনা৷ চাৰিজন লোক আহত৷ আহত ব্যক্তিকেইগৰাকীক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়৷ আনহাতে এই বিস্ফোৰণ কেনেদৰে সংঘটিত হয়, তাৰ সঠিক তথ্য বৰ্তমানলৈকে জানিব পৰা হোৱা নায়৷

 

 | by NNO Correspondent  |  0

www.newsnextone.com| নগাঁওঃ ৰাষ্ট্ৰীয় পৰ্যায়ত আকৌ এবাৰ উজ্বলি উঠিল অসমৰ নাম। নতুন দিল্লীত অনুষ্ঠিত "সৰ্বভাৰতীয় গ্লেমন মিচ প্ৰতিযোগিতাত" অংশগ্ৰহণ কৰি নগাঁও জিলাৰ ৰহা ৰূপহীতলি গাঁওৰ সুষমা কোঁৱৰে প্ৰতিযোগিতাত "শ্ৰেষ্ঠ কেটৱক প্ৰতিযোগিৰ" খিতাপ দখল কৰি পুনৰবাৰ সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমৰ নাম উজ্জ্বলাই তোলে।

ভাৰতৰ ২৫ খন ৰাজ্যৰ পৰা মুঠ ১০০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনত ৩৫ গৰাকীক চূড়ান্ত প্ৰতিযোগিতালৈ নিৰ্বাচন কৰা হয়। 

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com।শিৱসাগৰ: শিৱসাগৰত দহ দফীয়া দাবী পূৰণৰ সমৰ্থনত অনুসূচিত জাতি ছাত্ৰ সন্থাই গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰৰ বৰ্ডিং খেল পথাৰৰ পৰা সমদল কৰি জিলা উপায়ুক্ত কাৰ্যালয় চৌহদ উত্তাল কৰে সদৌ শিৱসাগৰ অনুসূচিত জাতি ছাত্ৰ সন্থাই।অনুসূচিত জাতিৰ ওপৰত চৰকাৰৰ শোষণ আৰু প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰাজপথলৈ উলাই আহি অনুসূচিত জাতি ছাত্র সন্থাই নাগৰিক সংশোধনী বিধায়ক বাতিল, বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি প্ৰদান, অনুসূচিত জাতিৰ ৰাজ্যিক আয়োগ গঠন,অনুসূচিত জাতিৰ ভূমিহীন লোকক ভূমি প্ৰদান, ইত্যাদিৰ দাবীৰ সমৰ্থনত আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰি এই

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com।কাজিৰঙা : ২০১৮-১৯ পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ তথা সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ বসতিস্থল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অৱশ্যে, আজি হাতী চাফাৰীৰ অবিহনে ৰাষ্ট্ৰীয় উদ্যানখন আংশিকভাৱে মুকলি কৰা হ’ল পৰ্যটকৰ বাবে ।

Categories:

Pages