গুৱাহাটী

Sep 19, 2018 |
0

newsnextone.com| গুৱাহাটীঃ দক্ষিণ শালমাৰাৰ পাটাকাটা, বজাৰ...

Sep 09, 2018 |
0

newsnextone৷ তামুলপুৰঃ তামুলপুৰৰ ডিমিলাপাৰত বিনয় চন্দ (37)...

Sep 05, 2018 |
0

newsnextone.com।গুৱাহাটীঃ

গুৱাহাটীত ব্ৰহ্মপুত্ৰ মাজত ভয়ংকৰ নাওঁ...

Sep 03, 2018 |
0

newsnextone.com | চতিয়াঃ বিহালী বিধানসভা সমষ্টিৰ এক বাতৰিক...

ৰাজ্য

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,বিলাসীপাৰাঃ বিলাসীপাৰাত সাৰ্বজনীন দূৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জন আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। বিলাসীপাৰা বানিয়াপাৰা গৌৰাং নৈৰ ঘাটত দেৱী বিসৰ্জনৰ...

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,তেজপুৰঃ শাৰদীয় দুগোৎসৱৰ শুক্ৰবাৰে বিজয়া দৰ্শমী । আজি পুৱা দূৰ্গাদেৱীৰ  শ্ৰীচৰণত বিজয়া দশমীৰ পুজা সম্পন্ন  হোৱাৰ পিছত মহিলা সকলে পৰস্পৰে ...

Oct 19, 2018 |
0

 

ডিজিটেল ডেক্স,জাজৰিঃ  নগাওঁ জিলাৰ জাজৰিত বটদ্ৰৱা বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বিগত বছৰৰ দৰে এই বছৰো পৰম্পৰাগত পদ্ধতিৰে অসমীয়াৰ বাপতিসাহোন কাতি বিহু দিনজোৰা...

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,নগাঁওঃ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যন কৰা বাবে নগাঁওৰ শালনাত এগৰাকী যুৱতীক সঞ্জয় সৰকাৰ নামৰ যুৱক এজনে এগৰাকী যুৱতীৰ শৰীৰত এচিদ ঢালি আক্ৰমণ কৰে...

বিদেশ

Sep 30, 2018 |
0

newsnextone.com | ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াত ছুনামীৰ...

Sep 08, 2018 |
0

ডিজিটেল ডেক্সঃ সংবাদ মাধ্যমত ৰাজীৱ গান্ধীৰ হত্যা কাণ্ড আকৌ...

Sep 06, 2018 |
0

newsnextone.com। ডিজিটেল ডেস্কঃ বিশ্বৰ শক্তিশালী দেশৰ ভিতৰত...

Sep 01, 2018 |
0

newsnextone.com | ডিজিটেল ডেস্কঃ বৃটেইনৰ এগৰাকী স্কুলীয়া...

 | by NNO Correspondent  |  0

www.newsnextone.com।তেজপুৰ: আৰক্ষীয়ে আটক কৰা অপৰাধীয়ে যাতে নিজৰ কু- কৰ্মৰ অনুসুচনা হয় আৰু পলাই যাৱ নোৱাৰে তাৰ বাবে অপৰাধীক হেন্দকাফ লগাই আদালতলৈ অনা হয় । কিন্ত কাালি নিজৰ বিদ্যালয়ত অধ্যায়ন কৰা এগৰাকী ছাত্ৰীক বলপুৱৰ্ক ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগত আটক হৈছিল শিক্ষক মুনিন্দ্ৰ সুত । আজি আৰক্ষীয়ে তেজপুৰ আদালতত হাজিৰ কৰা কালত আৰক্ষীয়ে সম্পুৰ্ন নিৰাপত্তা দি হাতত হেনকাফ নলগাই মুকলি ভাৱে ৰাজপথত ঘুৰা ফুৰা ব্যৱস্থা কৰি দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ধৰ্ষনৰ দৰে অভিযোগৰে অভিযুক্ত শিক্ষকক এনেদৰে আতিথ্য দিয়াৰ সন্দৰ্ভত সাংবাদিকে উভতি ধৰাত নিৰাপত্তাৰ দায়িত

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com।নলবাৰী: নলবাৰী জিলাৰ শিশু উন্নয়ন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত জিলাখনৰ পূৱ বাহঁজানীৰ নন্দগাওঁ, ভদ্ৰা, তিনি নং অৰৰা, এলেংগীদল, তিলানা, মুগকুছি, অময়াপুৰৰ কেন্দ্ৰকে ধৰি অঞ্চলটোৰ কেইবাটাও অংগনবাড়ী কেন্দ্ৰত চৰম অনিয়মে গা কৰি উঠাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com।লিডু: তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী চকী অন্তৰ্গত তিনিসুঁতি গাঁৱৰ পৰা আজি আৰক্ষীয়ে মটৰ চাইকেল সহ এজন চুৰ আটক কৰে । জাগুন আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি মটৰ চাইকেল সহ চুৰ জনক আটক কৰিবলৈ সক্ষম হয় ।

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com।ৰৌতা: ওদালগুৰি জিলাৰ ৰৌতাত শুক্ৰবাৰে ১৩৬ বিএন চিআৰপিএফৰ উদ্যোগত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া খেলৰ সামগ্ৰী বিতৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায় ।
নলবাৰী স্থিত G/136 BN চিআৰপিএফৰ উদ্যোগত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক খেলৰ প্ৰতি আগ্ৰহী কৰোৱাৰ উদ্দেশ্যে শুক্ৰবাৰে ৰাতিপুৱা ১১ বজাত ৰৌতা দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত উক্ত অনুষ্ঠান অনুষ্ঠিত হয় ।

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com।তেজপুৰ: শোণিতপুৰ জিলাৰ বালিপৰাৰ ঘোঁৰামাৰীত পৃথক বড়োলেণ্ডৰ দাৱীত আজি এবছুৰ উদ্যোগত এক বিশাল গণ সমাবেশ অনুষ্ঠিত কৰা হয় |
জিলাখনৰ বিশ্বনাথ, গহপুৰ, ভালুকপুং, ঢেকীয়াজুলি, চাৰিদুৱাৰকে ধৰি বিভিন্ন প্ৰান্তৰপৰা অহা কেইবা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ- ফেষ্টুন লৈ " ন বড়োলেণ্ড ন ৰেষ্ট, ডিভাইড অসম ৫০ ৫০ অাদি ধ্বনিৰে উত্তাল কৰি তোলে।

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com।খেৰণি: পশ্চিম কাৰ্বি আংলঙৰ তুমপ্ৰেঙত আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধিনত থকা কৃষি বিভাগ আৰু পশু পালন বিভাগৰ উদ্যোগত আয়োজন হয় এখন কৃষি সামগ্ৰী-পশুধন  বিতৰণি সভা। দুই সহস্ৰাধিক কৃষক ৰাইজ আৰু মহিলা আত্ম সহায়ক গোটৰ বিষয়ববীয়া আৰু সদস্য উপস্থিত থকা সভাত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত হোৱাৰ বিপৰীতে কাৰ্বি পৰিষদৰ পশু পালন বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য তাৰেন্দ্ৰ ব্ৰহ্ম, পৰিষদীয় সদস্য তথা প্ৰাক্তন অধ্যক্ষ হৰেনছিং বে', পৰিষদীয় সদস্য প্ৰভাত টাৰ'ৰ লগতে কৃষি বিভাগ আৰু পশু পালন বিভাগৰ বি

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com|তেজপুৰঃ তেজপুৰ চহৰৰ গ্ৰামাঞ্চলত ক্ৰমশ ভাৱে দেশীয় সুৰাৰ প্ৰচলন। তেজপুৰ আৱকাৰী বিভাগ আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই এ এচ ১২ এন ৬০২৮ নম্বৰৰ মাৰুতি ভানৰ পৰা বেচেৰিয়া পূখুৰিয়া বিক্ৰী কৰিবলৈ নিয়াৰ কালত তালাচী চলাই বৃহৎ পৰিমানৰ দেশী চুলাই মদ জব্দ কৰে৷ লগতে সুনিল নাথ নামৰ লোক এজনকো আটক কৰে আৰক্ষীয়ে। লোক জনৰ পৰা উদ্ধাৰ কৰা চুলাই মাৰুতি ভেন যোগে দীৰ্ঘ অবৈধ ভাৱে বেহা চলাই আহিছে বুলি জানিব পৰা গৈছে৷ 

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com| নলবাৰী: নলবাৰী ৰাজ্যখনত কংগ্ৰেছ দলে পূৰ্বৰ স্হিতি পুনৰ ঘুৰাই অনাৰ বাবে দলটোৰ শীৰ্ষ নেতৃবৰ্গই সমগ্ৰ অসমৰ লগতে নলবাৰী জিলাতো বিশেষ তত্পৰতা বহন কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে জিলা খনৰ বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ কৰ্মী সকলৰ সতে সহজে সম্পৰ্ক ৰক্ষাৰ বাবে দুগৰাকী ব্লক সমন্বয়ক নিযুক্তি দিছে৷ কংগ্ৰেছৰ শক্তি অভিযানৰ সমন্বয়ক হিচাপে প্ৰদীপ সাউদক আৰু লোক সম্পৰ্ক অভিযানৰ বাবে মমতাজ আহমেদক সমন্বয়ক হিছাপে ৰাজ্যিক কমিটীয়ে নিযুক্তি দিছে বুলি বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ সভাপতি ভূবনেশ্বৰ কলিতাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে ৷

Categories:

 | by NNO Digital Desk  |  0

newsnextone১১অক্টোবৰ,গুৱাহাটীঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ বিৰুদ্ধে এটি গোচৰ ৰজু হৈছে৷ আৰ টি আই কৰ্মী দুলাল বৰাই গুৱাহাটীৰ দিশপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ পাঁচটা ধাৰা 120(b), 420, 406, 409 আৰু 34 ৰ অধীনত এটা গোচৰ ৰজু কৰে৷ এই গোচৰটোৰ নম্বৰ হৈছে ২৮৫৯/১৮ ৷ এই গোচৰটোত প্ৰাক্তন বস্ত্ৰ আৰু হস্ততাত মন্ত্ৰী বিস্মিতা গগৈ আৰু সেই সময়ৰ ৰাজ্য চৰকাৰৰ মুখ্য সচিব ভি.কে.পিপাৰচেনিয়াৰো নামো আছে৷

Categories:

Pages