গুৱাহাটী

Sep 19, 2018 |
0

newsnextone.com| গুৱাহাটীঃ দক্ষিণ শালমাৰাৰ পাটাকাটা, বজাৰ...

Sep 09, 2018 |
0

newsnextone৷ তামুলপুৰঃ তামুলপুৰৰ ডিমিলাপাৰত বিনয় চন্দ (37)...

Sep 05, 2018 |
0

newsnextone.com।গুৱাহাটীঃ

গুৱাহাটীত ব্ৰহ্মপুত্ৰ মাজত ভয়ংকৰ নাওঁ...

Sep 03, 2018 |
0

newsnextone.com | চতিয়াঃ বিহালী বিধানসভা সমষ্টিৰ এক বাতৰিক...

ৰাজ্য

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,বিলাসীপাৰাঃ বিলাসীপাৰাত সাৰ্বজনীন দূৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জন আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। বিলাসীপাৰা বানিয়াপাৰা গৌৰাং নৈৰ ঘাটত দেৱী বিসৰ্জনৰ...

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,তেজপুৰঃ শাৰদীয় দুগোৎসৱৰ শুক্ৰবাৰে বিজয়া দৰ্শমী । আজি পুৱা দূৰ্গাদেৱীৰ  শ্ৰীচৰণত বিজয়া দশমীৰ পুজা সম্পন্ন  হোৱাৰ পিছত মহিলা সকলে পৰস্পৰে ...

Oct 19, 2018 |
0

 

ডিজিটেল ডেক্স,জাজৰিঃ  নগাওঁ জিলাৰ জাজৰিত বটদ্ৰৱা বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বিগত বছৰৰ দৰে এই বছৰো পৰম্পৰাগত পদ্ধতিৰে অসমীয়াৰ বাপতিসাহোন কাতি বিহু দিনজোৰা...

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,নগাঁওঃ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যন কৰা বাবে নগাঁওৰ শালনাত এগৰাকী যুৱতীক সঞ্জয় সৰকাৰ নামৰ যুৱক এজনে এগৰাকী যুৱতীৰ শৰীৰত এচিদ ঢালি আক্ৰমণ কৰে...

বিদেশ

Sep 30, 2018 |
0

newsnextone.com | ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াত ছুনামীৰ...

Sep 08, 2018 |
0

ডিজিটেল ডেক্সঃ সংবাদ মাধ্যমত ৰাজীৱ গান্ধীৰ হত্যা কাণ্ড আকৌ...

Sep 06, 2018 |
0

newsnextone.com। ডিজিটেল ডেস্কঃ বিশ্বৰ শক্তিশালী দেশৰ ভিতৰত...

Sep 01, 2018 |
0

newsnextone.com | ডিজিটেল ডেস্কঃ বৃটেইনৰ এগৰাকী স্কুলীয়া...

 | by NNO Digital Desk  |  0

newsnextone১১অক্টোবৰ,গুৱাহাটীঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ বিৰুদ্ধে এটি গোচৰ ৰজু হৈছে৷ আৰ টি আই কৰ্মী দুলাল বৰাই গুৱাহাটীৰ দিশপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ পাঁচটা ধাৰা 120(b), 420, 406, 409 আৰু 34 ৰ অধীনত এটা গোচৰ ৰজু কৰে৷ এই গোচৰটোৰ নম্বৰ হৈছে ২৮৫৯/১৮ ৷ এই গোচৰটোত প্ৰাক্তন বস্ত্ৰ আৰু হস্ততাত মন্ত্ৰী বিস্মিতা গগৈ আৰু সেই সময়ৰ ৰাজ্য চৰকাৰৰ মুখ্য সচিব ভি.কে.পিপাৰচেনিয়াৰো নামো আছে৷

Categories:

 | by NNO Correspondent  |  0

newsnextone ১১অক্টোবৰ,বাক্সাঃ বাক্সাৰ নাগ্ৰীজুলিৰ বিমলানগৰত চাঞ্চল্য ৷ বিমলানগৰৰ সমীপৰ বাল্টি নদীত উদ্ধাৰ এটা ৰকেট লাঞ্চাৰ৷ নদীত মাছ মাৰি থকা অৱস্থাত কেইজনমান চেমনীয়াৰ জালত উঠি আহিল ৰকেট লাঞ্চাৰটো ৷ ঘটনাস্থলীত নাগ্ৰীজুলি আৰক্ষী উপস্থিত হৈ ৰকেট লাঞ্চাৰটো জব্দকৰে ৷ বাল্টি নদীত উদ্ধাৰ হোৱা এই ৰকেট লান্সাৰতো ২০০৩ চনৰ অলক্লিয়েৰ অপাৰেচনৰ সময়ৰ সেনা নাইবা আলফাৰ বুলি সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে ৷

Categories:

 | by NNO Correspondent  |  0

newsnextone১১অক্টোবৰ,তেজপুৰঃ  তেজপুৰত গুনোৎসৱৰ মাজতে অঘটন৷ সুৰা মত্ত মুনীন্দ্ৰ সূত নামৰ পিঠাখোৱাৰ কমাৰ চুবুৰী প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক জনে নিজৰ বিদ্যালয়ৰেই ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাত ৰাইজে উত্তম দি আৰক্ষীক চমজাই দিয়ে৷ সোমবাৰৰ দিনা মুনীন্দ্ৰ সূত নামৰ শিক্ষক গৰাকীয়ে বিদ্যালয়খনৰ চতুৰ্থ মান শ্ৰেণীৰ ছাত্ৰী এগৰাকীক বলপুবক ভাবে নিয্যাতন চলাৱাৰ অভিযোগ উঠিছে। ঘটনাটোৰ সন্দৰ্ভত ছাত্ৰী গৰাকীয়ে অভিভাৱকক অৱগত কৰাত অভিভাৱকে প্ৰধান শিক্ষকক অৱগত কৰে। 

Categories:

 | by NNO Correspondent  |  0

newsnextone১১অক্টোবৰ,নলবাৰীঃ  ৰাজ্যৰ চাৰিওপিনে আজি কিছুদিনৰ পৰা গড়কাপ্তানি বিভাগৰ চৰম হেমাহিৰ ফলত প্ৰায়েই দুৰ্ঘটনা সমূহ সংঘটিত হৈ বহুলোকৰ প্ৰানহানি হোৱাৰ পিছতো সাৰ পোৱা নাই এই বিভাগটোৱে৷ পৰিৱৰ্তনকামী চৰকাৰখনত এজনৰ পিছত আন এজন মন্ত্ৰী আহিল আৰু গ’ল যদিও কোনোধৰনৰ পৰিৱৰ্তন অহা দেখা পোৱা নগল৷ বিভাগীয় কাৰ্যলয় সমূহত তথা কৰ্তব্যৰত ভাৱে নিযুক্তি হৈ থকা লোকসকলৰো কাম-কাজত কোনো পৰিবৰ্তন দেখাপোৱা নগ’ল৷ নলবাৰী আৰু গুৱাহাটীৰ মাজত একমাত্ৰ কম সময়ত ঢুকি পোৱা পথটোৱেই হ’ল নলবাৰী-হাজো পথ৷ কিন্ত এই পথটো এতিয়া হৈ পৰিছে কিলাৰ পথ৷ ঠেক পথ হোৱাৰ উপৰিও প্ৰায়ভাগ চ’ক সমূহৰ দোকানৰ পাৰ্কিং তথা টেম্পো, ট্ৰ

 | by NNO Correspondent  |  0

newsnextone১১অক্টোবৰ,মৰিগাওঁঃ  তিৱা জাতিক সাংস্কৃতিক ভাবে প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম খনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা তিৱা সাংস্কৃতিক সমাজে যোৱা ১০ অক্টোবৰ তাৰিখে ২৯ টা বৰ্ষ সম্পূৰ্ণ কৰে। তিৱা সাংস্কৃতিক সমাজৰ ২৯ তম প্ৰতিষ্ঠা দিৱসতো দিনযোৰা কাৰ্য্যসূচীৰে মৰিগাঁও জিলাৰ মিন্দাইচালত (দেওঁশালত) ১০ অক্টোবৰ তাৰিখে কেন্দ্ৰীয় ভাবে পালন কৰা হয় । 

Categories:

 | by NNO Correspondent  |  0

newsnextoneমৰিগাওঁ,১১ অক্টোবৰঃ  অসম গ্ৰমীণ বিকাশ বেংকৰ মৰিগাওঁ শাখাই ঋণ প্ৰ্দানৰ নামত বহু কেইজন নিবনুৱা যুৱকক হাৰাশস্তি কৰি অহা ঘটনাত ব্যাপক প্ৰ্তিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখযোগ্য যে মৰিগাওঁ জিলাৰ বহুকেইজন শিক্ষিত নিৱনুৱা যুৱকে আত্মস্ংস্থাপনৰ উপায় বিচাৰি চৰকাৰী আচনি কে.ভি.আই.ভি.ৰ অধীনত প্ৰ্শিক্ষণ গ্ৰ্হণ কৰি প্ৰায় এবছৰৰ পূৰ্বে অসম গ্ৰমীণ বিকাশ বেংকৰ মৰিগাওঁ শাখাত আৱেদন কৰিছিল। আবেদন কৰা প্ৰায় পাচঁ মাহ পাছত বেংক কতৃপক্ষই উক্ত আচনিৰ ৰাজসাহাৰ্যৰ ধন মুকলি কৰি দিয়ে যদিও ঋণৰ বাকী অংশ আজিকোপতি প্ৰ্দান নকৰিলে।

Categories:

 | by NNO Correspondent  |  0

newsnextone১১অক্টোবৰ,খাৰুপেটীয়াঃ দেশত নিয়ন্ত্ৰণ হীন হৈ পৰা ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক  মূল্য  বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত জঙ্গলপাৰা গাঁৱৰ এজন যুৱকে উদ্ভাৱন কৰিলে বেটেৰী চালিত চাইকেল। জঙ্গলপাৰা বজাৰত সৰু কাৰিকৰী দোকানেৰে জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ যুৱক মোজ্জামিল হকে দীৰ্ঘ দিন ধৰি এখন বাইক কিনাৰ সপোন পুহি ৰাখিছিল যদিও বৰ্ধিত পেট্ৰ'ল- ডিজেলৰ মূল্যই তেওঁক হতাশ কৰিলে আৰু ইন্ধনবিহীন বাহন আৱিষ্কাৰৰ চিন্তা কৰিলে। 

 | by NNO Correspondent  |  0

newsnextoneউৰিয়ামঘাট,১১ অক্টোবৰঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত ১০ অক্টোবৰৰ ৰাতি উৰিয়ামঘাট থানাৰ এটি তহলদাৰী দলে অস্ত্ৰৰ সৈতে এটি ছয়জনীয়া দুৰ্বৃত্তৰ দলক কৰায়ত্ব কৰে । উল্লেখযোগ্য যে উৰিয়ামঘাটৰ মাজমজিয়াতে এখন চেন্ট্ৰ'গাড়ীত আহি থকা অৱস্থাতে উৰিয়ামঘাটৰ আৰক্ষীয়ে আবুতালি খালেক (২৭), কুঘাট‌’চেমা(৩০),ফাতভি চেমা(২২,)ভিক'হু চেমা(৩৬), জুনাক মাৰাক(২৬) আৰু জালাউদ্দিন আলি নামৰ ছয়জন দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও মুঠ আঠজনীয়া দলটোৰ দুজনে পলায়ন কৰিবলৈ সক্ষম হয় । 

Categories:

 | by NNO Correspondent  |  0

newsnextoneকাৰ্বি আংলং, ১১ অক্টোবৰঃ ৰাজ্যত ইটোৰ পিছত সিটো গঁড় হত্যাৰ ঘটনাই চিন্তাত পেলাই ৰাজ্যবাসীক ৷ প্ৰতিটো গঁড় হত্যাৰ ঘটনাই মৰ্মাহত কৰে অসমবাসীক ৷ অসমীয়াৰ আবেগ, অনুভূতি এশিঙীয়া গঁড় ৰক্ষাৰ বাবে অসমবাসীয়ে বছৰ বছৰ ধৰি প্ৰতিবাদ জনাই আহিছে প্ৰতিখন চৰকাৰক ৷ কিন্তু কেতিয়াও কোনো এখন চৰকাৰে ৰাইজৰ আবেগ অনুভূতিক গুৰুত্ব আৰোপ কৰা দেখা নাযায় ৷ গঁড হত্যা ৰোধ কৰাৰ বাবে বিভিন্ন জনে বিভিন্ন ধৰণে প্ৰতিবাদ তথা ৰাইজক সজাগ কৰাৰ চেষ্টা চলাই আহিছে ৷ পৃথিৱী বিখ্যাত অসমৰ এশিঙীয়া গড় হত্যা ৰোধ কৰাৰ উদ্দেশ্যে এইবাৰ সমগ্ৰ ভাৰতবৰ্ষ মটৰচাইকেলেৰে ভ্ৰমণ কৰি গড় সুৰক্ষাৰ মেচেজ লৈ অসমত প্ৰবেশ কৰিল

Categories:

Pages