newsnextone৷ তেজপুৰঃ আজি গুৰুজনা ৰ তিৰোভাৱ তিথি। শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি দিনা লোকে লোকাৰন্য হৈ পৰিছে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰ। তেজপুৰৰ বিভিন্ন প্ৰান্তৰ নামঘৰ, সত্ৰত পুৱাৰে পৰা ভক্ত সমাগম হৈ নাম কীত্তৰ্ন কৰি মুখৰিত কৰি তোলে। শোনিতপুৰ জিলাৰ উপৰিও ৰাইজৰ বিভিন্ন প্ৰান্তৰ ভক্ত প্ৰাণ ৰাইজে গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথি দিনটোত পৰিয়ালৰ লোক সকলৰ মঙ্গল কামনাৰে তেজপুৰৰ নিকামুল, মদাৰগুৰি সত্ৰ ,বিভিন্নভক্তজন।নামঘৰত এগছি বন্তি আৰু শৰাই আগবঢ়াই নামকীত্তৰ্নৰে মুখৰিত কৰি তোলে৷