গুৱাহাটী

Sep 19, 2018 |
0

newsnextone.com| গুৱাহাটীঃ দক্ষিণ শালমাৰাৰ পাটাকাটা, বজাৰ...

Sep 09, 2018 |
0

newsnextone৷ তামুলপুৰঃ তামুলপুৰৰ ডিমিলাপাৰত বিনয় চন্দ (37)...

Sep 05, 2018 |
0

newsnextone.com।গুৱাহাটীঃ

গুৱাহাটীত ব্ৰহ্মপুত্ৰ মাজত ভয়ংকৰ নাওঁ...

Sep 03, 2018 |
0

newsnextone.com | চতিয়াঃ বিহালী বিধানসভা সমষ্টিৰ এক বাতৰিক...

ৰাজ্য

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,বিলাসীপাৰাঃ বিলাসীপাৰাত সাৰ্বজনীন দূৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জন আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। বিলাসীপাৰা বানিয়াপাৰা গৌৰাং নৈৰ ঘাটত দেৱী বিসৰ্জনৰ...

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,তেজপুৰঃ শাৰদীয় দুগোৎসৱৰ শুক্ৰবাৰে বিজয়া দৰ্শমী । আজি পুৱা দূৰ্গাদেৱীৰ  শ্ৰীচৰণত বিজয়া দশমীৰ পুজা সম্পন্ন  হোৱাৰ পিছত মহিলা সকলে পৰস্পৰে ...

Oct 19, 2018 |
0

 

ডিজিটেল ডেক্স,জাজৰিঃ  নগাওঁ জিলাৰ জাজৰিত বটদ্ৰৱা বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বিগত বছৰৰ দৰে এই বছৰো পৰম্পৰাগত পদ্ধতিৰে অসমীয়াৰ বাপতিসাহোন কাতি বিহু দিনজোৰা...

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,নগাঁওঃ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যন কৰা বাবে নগাঁওৰ শালনাত এগৰাকী যুৱতীক সঞ্জয় সৰকাৰ নামৰ যুৱক এজনে এগৰাকী যুৱতীৰ শৰীৰত এচিদ ঢালি আক্ৰমণ কৰে...

বিদেশ

Sep 30, 2018 |
0

newsnextone.com | ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াত ছুনামীৰ...

Sep 08, 2018 |
0

ডিজিটেল ডেক্সঃ সংবাদ মাধ্যমত ৰাজীৱ গান্ধীৰ হত্যা কাণ্ড আকৌ...

Sep 06, 2018 |
0

newsnextone.com। ডিজিটেল ডেস্কঃ বিশ্বৰ শক্তিশালী দেশৰ ভিতৰত...

Sep 01, 2018 |
0

newsnextone.com | ডিজিটেল ডেস্কঃ বৃটেইনৰ এগৰাকী স্কুলীয়া...

 | by NNO Correspondent  |  0

ডিজিটেল ডেক্স,ডিফুঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ কাৰবি আংলং জিলা সমিতিৰ বালিজান কাৰেগাঁওৰ ৩৩ জনীয়া আঞ্চলিক সমিতি খন যোৱা শনিবাৰে গঠন কৰা হয় ৷ শনিবাৰে বালিজানৰ মঞ্জিল হকৰ বাসভৱনত আমছুৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি মজিদ খান আৰু সাধাৰণ সম্পাদক ফাৰুক সেইখৰ লগতে বিভিন্ন বিষয়ববীয়াৰ উপস্থিতিত  মাজিদ খানৰ পৌৰুহিত্যত অনুষ্ঠিত এক সভাত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে ছাহজামাল আলীক সভাপতি আৰু আনোৱাৰ হুছেইন লগতে ৰহিম উদ্দিনক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি ৩৩ জনীয়া শক্তিশালী আঞ্চলিক সমিতি গঠন কৰি দিয়া হয় বুলি আমছুৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি মাজিদ খান আৰু সাধাৰণ সম্পাদক ফাৰুক স

Categories:

 | by NNO Correspondent  |  0

ডিজিটেল ডেক্সঃ অহা ১৬ অক্টোবৰ ২০১৮ তাৰিখে দিনৰ ১১ বজাত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ নেহা আগৰৱালা সভাকক্ষত বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতিৰ নিৰ্বাচিত গল্প সংকলন "আলিবাটত" আনুষ্ঠানিকভাৱে উন্মোচন কৰা হব ৷
স্বনামধন্য বুদ্ধিজীৱি ড° হীৰেন গোহাঁয়ে শিবানন্দ কাকতিৰ নিৰ্বাচিত গল্প সংকলনটি উন্মোচন কৰিব । মুখ্য অতিথি হিচাপে উপস্থিত থাকিব হৰেকৃষ্ণ ডেকা আৰু প্ৰভাত বৰা । গল্পকাৰ শিৱানন্দ কাকতিয়ে অনুষ্ঠানটিলৈ সাহিত্যনুৰাগী সকলক সাদৰেৰে আমন্ত্ৰন  উদ্যোক্তাসকলে জনাইছে  ৷

প্ৰেৰক গুনমনি কলিতা 

 | by NNO Correspondent  |  0

ডিজিটেলডেক্স,গুৱাহাটীঃ শ্রীমদ্ভাগৱত কথা প্ৰচাৰ সমিতিৰ দ্বাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি যোৱা ১৪ অক্টোবৰৰ সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ  প্ৰেক্ষাগৃহত অনুস্থিত হয়৷ এই সংগীতময় ভাগৱতৰ প্ৰবচন আৰু সম্বর্দ্ধনা সভাখনিৰ বন্তি প্ৰজ্বলন কৰি উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীজনাৰ্দন দেৱ গোস্বামীয়ে  কয় যে সংগীতময় বাতাবৰন ৰচি ব্যতিক্ৰমী প্ৰয়াসেৰে ভাগৱতৰ প্ৰবচনৰ জৰিয়তে  দুয়োজনাগুৰুৰ ধৰ্ম দর্শনক বিশ্বমুখী কৰাটো প্ৰশংসনীয় আৰু সময়প্ৰাসংগিক । 

Categories:

 | by NNO Correspondent  |  0

ডিজিটেল ডেস্কঃ তেজপুৰত দূৰ্গা পূজাৰ আনন্দ উছাহৰ মাজতে ঘৰৰ গৃহিনীয়েও এইবাৰ খোজ দিলে ৰেম্পত। বি এম ক্ৰিয়েচনৰ উদ্যোগত শোণিতপুৰৰ বিবাহিত মহিলা সকলৰ মাজত এক টেলেন্ট কনটেষ্টৰ আয়োজন কৰা হয়।এই টেলেন্ট কনটেষ্টৰ জৰিয়তে দেওবাৰে নিশা তেজপুৰৰ বান থিয়েটাৰত অনুষ্ঠিত হল মিছেছ তেজপুৰ প্ৰতিযোগিতা। পৰম্পৰাগত সাজপাৰ পিন্ধি বিবাহিত মহিলা সকলে ৰেম্পত পেলালে খোজ।

তেজপুৰৰ পৰা মনিমালা বৰা

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com| নগাঁওঃ হৰিণা হত্যাৰ অপৰাধত বলিউডৰ জনপ্ৰিয় অভিনেতা ছলমান খানৰ জেল হ'ব পাৰে অথচ মানুহ হত্যা কৰিও বিগত পাঁচটা বছৰে আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি নিৰ্বিঘ্নে হত্যাকাৰীয়ে মুকলি আকাশৰ তলত ঘুৰি-ফুৰা এক ঘটনাই এতিয়া নগাঁও জিলাত আৰক্ষীৰ ভূমিকাৰ প্ৰতি সৰ্বসাধাৰণক সন্দিহান কৰি তুলিছে।

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com| বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰাত দূৰ্গা পূজা উপলক্ষে অৰুণোদয় এছোছিয়েনৰ উদ্যোগত দৰিদ্ৰ লোকৰ মাজত বস্ত্র বিতৰণ কৰা হয়। এই উপলক্ষে আজি ৰাতিপুৱা ১১‍ বজাত বিলাসীপাৰা ডিমাতলা ভোলানাথ প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত আয়োজিত সভাত বিলাসীপাৰা জিলা অৰুণোদয় এছোছিয়েনৰ সভাপতি মোস্তাফিজুৰ ৰহমানে বিদ্যালয় খনৰ প্ৰধান শিক্ষয়ত্রীৰ উপস্থিতিত দৰিদ্ৰ পুৰুষ মহিলাৰ মাজত বস্ত্র বিতৰণ কৰে। 

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com| নলবাৰীঃ নলবাৰী জিলাৰ বাহঁজানীৰ জানিগোগত (মহিন্দুৰ চুবুৰী) আজি স্বেচ্ছাসেৱী সংস্থা পূৰ্বজৌতিৰ দ্বাৰা পৰিচালিত বয়ন-হস্তশিল্পৰ প্ৰশিক্ষণ কেন্দ্ৰৰ গৃহটো শুভ উদ্বোধন কৰা হয়। স্থানীয় সাংসদ ৰমেন ডেকাই সাংসদ পুঁজিৰ পৰা (২০১৭ -১৮ বৰ্ষৰ ) পাচঁ লাখ টকা আবন্টন দিয়ে।

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com| তেজপুৰঃ ঐতিহ্যমণ্ডিত তেজপুৰৰ এখন ব্যতিক্ৰম ধৰ্মী পূজা। পূজা সমিতি খনে প্ৰতিবছৰে ন ন আৰ্হিৰে পূজা মণ্ডপ নিৰ্মাণ কৰি আহিছে। অসমৰ স্বাভিমান সম্পদ গামোছা আৰু জাপিৰে পূজাৰ মণ্ডপক সোণত সোৱগা চৰা যেন কৰি তুলিছে কৰ্মীসকলে৷

নলবাৰীৰ পৰা ১৫ শ সৰু বৰ জাপী আৰু গামোছাৰে প্ৰস্তুত কৰি উলিয়াইছে মণ্ডপ। থলুৱা জাপী আৰু গামোছাৰ জৰিয়তে এচাম শিল্পীক উৎসাহিত কৰাৰ পৰিকল্পনা লোৱা সমিতি খনে পূজাৰ সম্পৰ্কত শিপিনী আৰু শিল্পী সকলৰ মংগলৰ কথা কয়৷

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com| ঢেকীয়াজুলিঃ ঢেকীয়াজুলি আৰক্ষী থানাত মুছলিম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰে । আজি মুছলিম ছাত্ৰ সন্থা অসম কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি আব্দুল ৰহমান, সাধাৰণ সম্পাদক চামচুল হক, শোণিতপুৰ জিলা সমিতিৰ সভাপতি আলি হাইদৰ খান আৰু সাধাৰণ সম্পাদক নুৰ ইছলামে এক প্ৰেছ বিজ্ঞাপতি যোগে কয় যে, যোৱা ইংৰাজী ১৩-১০-২০১৮ তাৰিখে গুৱাহাটীত যিসকল দুষ্কৃতিকাৰীয়ে নাৰকীয় ভাৱে বোমা বিস্ফোৰণ কৰিছে সেই ঘটনাক মুছলিম ছাত্র সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে তীব্র ভাষাৰে গৰিহণা দিছে। 

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com| তামুলপুৰঃ বাক্সা জিলা শাখা সাহিত্য সভাৰ অন্তৰ্গত তামুলপুৰ শাখা সাহিত্য সভাৰ আজি স্থায়ী কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। পুৱা ১০ বজাত ভূমি পূজনেৰে তামুলপুৰ বিধান সভাৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰী আৰু বি টি চি ৰ কাৰ্যবাহী সদস্য দেৱেন বড়োই আধাৰ শিলা স্থাপন কৰে।  

Categories:

Pages